• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

COVID19ৰ বিৰুদ্ধে ভাৰতৰ যুঁজ চলি থকাৰ মাজতে ৰাজ্যপালসমূহক সম্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2020 7:59 am
fc49a9cdef8a7a136f32cd89d9abdf66

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

COVID19ৰ সংকটৰ মাজতে এক অভূতপূৰ্ব পদক্ষেপ হিচাপে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে শুকুৰবাৰে পুৱা দেশৰ সকলো গৱৰ্ণৰ আৰু লেফটেনেন্টে গৱৰ্ণৰক উদ্দেশ্যি ভিডিঅ’ কনফাৰেন্সিং যোগে সম্বোধন কৰিব।

উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও তেওঁৰ বাসভৱনৰ পৰাই সকলো গুৰুত্বপূৰ্ণ সভাত অংশ ল’ব বুলি আশা কৰা হৈছে।

ৰাষ্ট্ৰপতিৰ কনফাৰেন্সত ৰেডক্ৰছ ছচাইটিকে ধৰি শীৰ্ষ স্বেচ্ছাসেৱী সংগঠনসমূহো উপস্থিত থাকিব।

কনফাৰেন্সিঙৰ সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষকৈ COVID19ৰ সংকট বৃদ্ধি পোৱা সাত-আঠখন ৰাজ্যৰ ৰাজ্যপালৰ সৈতে বিতংভাৱে ভাৱ বিনিময় কৰিব।

সাধাৰণতে এক ডাঙৰ সংকটৰ সময়ত ৰাষ্ট্ৰপতিয়ে কাচিৎহে ৰাজ্যপালসমূহৰ সৈতে ভাৱ বিনিময় কৰা দেখা যায়।

অৱশ্যে, বৰ্তমান ভাৰতকে ধৰি গোটেই বিশ্বতে দেখা দিয়া সংকটলৈ লক্ষ্য কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যপালসমূহৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী ৰেডক্ৰছ ছচাইটিৰো সভাপতি। সেয়েহে, তেওঁ ইয়াৰ বিষয়াসকলৰ সৈতেও পৰ্যালোচনা কৰিব।

ভাৰতত ৰেডক্ৰছ ছচাইটিৰ মুঠতে ১১০০ টা শাখা আছে।

সূত্ৰসমূহৰ মতে, ৰাষ্ট্ৰপতিগৰাকীয়ে COVID19ৰ সংকট প্ৰতিদিনে বৃদ্ধি পোৱা   পঞ্জাৱ, কেৰালা, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সৈতে বিশদভাৱে কথা পাতিব।

চৰকাৰৰ কামকাজৰ সৈতে কেইবাদশকৰো অভিজ্ঞতাৰে সমৃদ্ধ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও ৰাজ্যপালসমূহক পৰামৰ্শ আগবঢ়োৱাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি, কেইবাটাও গুৰুত্বপূৰ্ণ তথা বৃহৎ স্বেচ্ছাসেৱী সংস্থাক এই সংকটৰ সময়ত বিশেষকৈ দৰিদ্ৰ শ্ৰেণীক খাদ্য তথা আশ্ৰয় আগবঢ়োৱাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd