• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমগ্ৰ বিশ্ব ক’ৰ’ণা ভাইৰাছত ত্ৰস্তমান হৈ থাকোতে চীনে পালন কৰিলে ক’ৰ’ণাৰ বিজয় উৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2020 6:22 pm
a_101_china_president_150923.focal-760x428
376
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বই ক’ৰ’ণাৰ সন্ত্ৰাসত ত্ৰস্তমান।

সমগ্ৰ বিশ্বত এই মুহূৰ্তত ২৭.৩ মিলিয়ন লোক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮.৯১ লাখ আক্ৰান্তৰ ইতিমধ্যে মৃত্যু ঘটিছে।

তেনে সময়তে ক’ৰ’ণাৰ ভাইৰাছৰ উৎপত্তি দেশ চীনে ক’ৰ’ণাৰ বিজয় উৎসৱ পালন কৰিছে।

মংগলবাৰে গ্ৰেট হল অৱ পিপিএলৰ এখন জনসভাত চীনৰ ৰাষ্ট্ৰপতি চি জিংপিঙে ভাষণ প্ৰদান কৰি ক’ৰ’ণাৰ বিজয় উৎসৱ পালনৰ কথা ঘোষণা কৰে।

তেওঁ জনসভাখনত কয় যে, তেওঁৰ দেশে ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অত্যন্ত কঠিন আৰু ঐতিহাসিক যুদ্ধ কৰি সফল হৈছে।

আনকি দেশখনে ক’ৰ’ণা ভাইৰাছৰ বিৰোধী যুদ্ধত বিজয়ী হোৱাৰ উপলক্ষে মংগলবাৰে বিশেষজ্ঞ চিকিৎসকক সন্মান জনোৱাৰ লগতে পুৰস্কৃতো কৰে।

ইয়াৰ মাজত চীনৰ বয়োজ্যেষ্ঠ জনপ্ৰিয় চিকিৎসক ৮২ বৰ্ষীয় ঝং নানচঙো আছে।

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ স্মৃতিত উক্ত অনুষ্ঠানতে মৌনতা পালন কৰি শ্ৰদ্ধাও জনোৱা হয়।

ৰাষ্ট্ৰপতি জিংপিঙে অনুষ্ঠানত চীনা নাগৰিকৰ জীৱন ৰক্ষা কৰিবলৈ তেওঁ সকলোবোৰ কৰিবলৈ ৰাজী বুলিও মন্তব্য কৰে।

চীনৰ এই ক’ৰ’ণাৰ বিজয় উৎসৱ অনুষ্ঠানত উপস্থিত থকা জনতাই মুখত মাস্ক পিন্ধি সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ পৰলিক্ষিত হয়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd