• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ স্বত:স্ফুৰ্ত জাননী ল’বলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2021 8:11 am
PCI on Tripura Communal Violence
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষয়ে সামাজিক মাধ্যমত লিখাৰ বাবেই সংবাদকৰ্মীকে ধৰি সাধাৰণ জনতাৰ ওপৰত ত্ৰিপুৰা চৰকাৰে গ্ৰহণ কৰা দমনমূলক নীতিৰ তীব্ৰ বিৰোধ কৰিছে প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াই(PCI)।

এক বিবৃতি যোগে প্ৰেছ ক্লাবে কয় যে ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনত সাম্প্ৰদায়িক হিংসাৰ সময়ত বহুসংখ্যক নিৰীহ নাগৰিকৰ লগতে সংবাদ মাধ্যমৰ লোকসকলক দমনমূলক নীতিৰে প্ৰহাৰ কৰা তথা গ্ৰেপ্তাৰ কৰা কাৰ্যত আচৰিত হৈ পৰিছে।

পিচিআইয়ে সাংবাদিক শ্যাম মীৰা শিঙে কেৱল ত্ৰিপুৰাৰ হিংসাৰ ওপৰত টুইট কৰাৰ বাবেই তেওঁৰ ওপৰত ত্ৰিপুৰা আৰক্ষীয়ে UAPA ৰ দৰে কঠোৰ আইন প্ৰয়োগ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে।

প্ৰেছ ক্লাৱে ত্ৰিপুৰা প্ৰশাসনৰ এই কাৰ্যক সাংবাদিকসকলক তেওঁলোকৰ কণ্ঠস্বৰ দমন কৰিবলৈ ভয় খুৱাবলৈ কৰা এক প্ৰয়াস বুলি অভিহিত কৰি তাৎক্ষণিকভাৱে UAPA প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। লগতে সাম্প্ৰদায়িকহিংসাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক স্বত: স্ফুৰ্ত জাননী প্ৰেৰণৰ আহ্বান জনায় প্ৰেছ ক্লাৱে।

 

At this point of time when state machinery is blindfolded and deliberately taking no cognizance of unlawful acts of perpetrators, the Press Club of India demands that the Supreme Court take suo moto notice of communal cauldron being ignited in Tripura. pic.twitter.com/L0qOZNn2YP

— Press Club of India (@PCITweets) November 10, 2021

প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভাপতি উমাকান্ত লখেৰা আৰু মহা সচিব বিনয় কুমাৰ স্বাক্ষৰিত বিবৃতিটোত কোৱা হৈছে, “এই মুহূৰ্তত যেতিয়া ৰাজ্যিক প্ৰশাসনৰ চকুত কাপোৰ বান্ধি দিয়া হয় আৰু ইচ্ছাকৃতভাৱে অপৰাধীৰ বেআইনী কাৰ্য্যৰ প্ৰতি কোনো গুৰুত্ব দিয়া নহয়, প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াই উচ্চতম ন্যায়ালয়ক ত্ৰিপুৰাত সাম্প্ৰদায়িক হিংসাৰ স্বতঃস্ফূৰ্ত জাননী ল’বলৈ আহ্বান জনাইছো।”

উল্লেখ্য যে বাংলাদেশৰ সাম্প্ৰদায়িক হিংসাৰ বিৰোধিতাৰে প্ৰতিবাদী সমদলত ভাগ লোৱা বিশ্ব হিন্দু পৰিষদে ত্ৰিপুৰাৰ চামটিলাত এটা মছজিদ ধ্বংস কৰাৰ লগতে দুখন দোকানত অগ্নি সংযোগ কৰিছিল।

ৰ’ৱা বজাৰ অঞ্চলৰ মুছলমান পৰিয়ালৰ বাসগৃহ তথা দোকানো কট্টৰ হিন্দুত্ববাদী এচামে ভাঙি চূৰমাৰ কৰিছিল।

ত্ৰিপুৰা চৰকাৰে ২৯ অক্টোবৰত অভিযোগ কৰিছিল যে নিহিত স্বাৰ্থ থকা বাহিৰৰ এটা গোটে ত্ৰিপুৰাত অস্থিৰতা সৃষ্টি কৰিবলৈ আৰু ত্ৰিপুৰা প্ৰশাসনৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ ভাবমূৰ্তি কলুষিত কৰিবলৈ ২৬ অক্টোবৰৰ ঘটনাৰ পিছত জ্বলন্ত মছজিদৰ ভুৱা আলোকচিত্ৰ ছচিয়েল মিডিয়াত আপলোড কৰি প্ৰশাসনৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছিল।

ইয়াৰ পিছতে ত্ৰিপুৰা আৰক্ষীয়ে সাম্প্ৰদায়িক হিংসাৰ ওপৰত সামাজিক মাধ্যমত কৰা পোষ্টৰ বাবে আইনজীৱী, সাংবাদিক আৰু ১০০ জন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক UAPA ৰ দৰে কঠোৰ আইনৰ আওতালে আনিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd