• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী মোদীৰ ব্যৰ্থতাই হাৰ্ভাডত গৱেষণাৰ বাবে স্থান লাভ কৰিব : ৰাহুল গান্ধীৰ কটাক্ষ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 4:53 pm
index.jpg222
3.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

লাডাখৰ ভাৰত-চীন সীমান্তকলৈ নিৰন্তৰ চৰকাৰ আৰু মোদীৰ বিৰুদ্ধো সোচ্চাৰ হৈ থকা কংগ্ৰেছ নেতাগৰাকীয়ে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি কয় যে মোদীৰ ব্যৰ্থতাই আগন্তুক দিনত হাৰ্ভাড বিজনেছ স্কুলত গৱেষণাৰ বাবে ঠাই পাব।

বিৰোধী সাংসদ ৰাহুল গান্ধীৰ মতে, প্ৰধানমন্ত্ৰী মোদীৰ কোভিড পৰিস্থিতিৰ মোকাবিলা, নোটবন্দী আৰু জি এছ টি আদি ব্যৰ্থতাই এদিন হাৰ্ভাডৰ গৱেষণা বিষয়ৰূপে স্থান পাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্চত ঘোষণা কৰিছিল যে ‘মহাভাৰতৰ যুদ্ধ জয়ী হ’বলৈ ১৮ দিনৰ সময় লাগিছিল আৰু ক’ৰ’না ভাইৰাছৰ বিৰোধী যুঁজখনত জয়ী হ’বলৈ ভাৰতক মাত্ৰ ২১ দিনহে লাগিব।’

কিন্তু প্ৰধানমন্ত্ৰীৰ এই ঘোষণাক অসাৰ প্ৰতিপন্ন কৰি বিগত চাৰি মাহে ক’ৰ’না ভাইৰাছে অপ্ৰতিৰোধ্য গতিৰে সংক্ৰমণ ঘটি দেশত আতংকৰ সৃষ্টি কৰিছে।

ইমানেই নহয় ভাৰত এতিয়া বিশ্বৰ সৰ্বাধিক ক’ৰ’নাক্ৰান্তৰ তৃতীয়খন দেশত পৰিণত হৈছে। ৬.৯৭ লাখৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে দেশত।

ইয়াৰ পিছতে টুইটাৰ যোগে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে।

টুইটাৰৰ ভিডিঅ’টোত ৰাহুল গান্ধীয়ে কয় যে, “কোভিড১৯, নোটবন্দী আৰু জি এছ টিৰ ব্যৰ্থতাই আগন্তুক দিনত হাৰ্ভাড বিজনেছ স্কুলত গৱেষণাৰ বাবে স্থান লাভ কৰিব।”

ৰাহুল গান্ধীৰ এই ভিডিঅ’ পোষ্টটোৰ পিছতে দেশৰ ৰাজনৈতিক মহলত তোলপাৰ লাগিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষকে আদি কৰি বহু বিজেপি নেতাই ৰাহুল গান্ধীক আক্ৰমণ কৰা দেখা গৈছে।

Recent News

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd