• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাণক্য নীতি : কেতিয়াও অপমান নকৰিব এই তিনিজন মানুহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2023 11:50 am
Chanakya Principle
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচাৰ্য চাণক্যই তেওঁৰ মূল্যৱান বাণী সমূহত মানৱ জীৱনৰ উচিত–অনুচিত, ধৰ্ম–অধৰ্ম, নৈতিক–অনৈতিক, সৎ–অসৎ আচৰণৰ বিষয়ে ব্যাখ্যা কৰিছে। চাণক্যৰ প্ৰত্যেকটো উপদেশ তেতিয়াও যিমান গুৰুত্বপূৰ্ণ আছিল, আজিও সিমানেই গুৰুত্বপূৰ্ণ। যদি চাণক্য নীতি সম্পূৰ্ণৰূপে পালন কৰা হয় তেন্তে কোনো মানুহ কেতিয়াও প্ৰৱঞ্চনাৰ বলি নহ’ব আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা আহিব।

চাণক্যৰ মতে তিনি প্ৰকাৰৰ ব্যক্তিক কেতিয়াও অসন্মান বা অৱহেলা কৰা উচিত নহয়। তেওঁলোকৰ লগত বেয়া আচৰণ কৰিলে জীৱনত ভয়াৱহ বিপদ আহিব। এই তিনিজন ব্যক্তিক অপমান কৰিলে মানৱ ৰূপে জীৱন ধাৰণা কৰাটো হৈ পৰিব অনৰ্থক –

দুৰ্বল মানুহক অৱহেলা নকৰিব

অহংকাৰ আৰু খঙে মানুহক নিজতকৈ দুৰ্বলক অসন্মান কৰিবলৈ বাধ্য কৰে। কিন্তু চাণক্যই কৈছে যে কোনো কাৰণতে দুৰ্বল আৰু দুখীয়াৰ লগত বেয়া ব্যৱহাৰ কৰিব নালাগে। তেওঁলোকক হাৰাশাস্তি কৰা উচিত নহয়। এজন অসহায় ব্যক্তিক অপমান কৰিলে হয়তো আপোনাৰ ওপৰত লক্ষ্মী দেৱী ৰুষ্ট হৈ পৰিব পাৰে। লক্ষ্মী দেৱী অসন্তুষ্ট হোৱা মানে দুৰ্ভিক্ষই দেখা দিব পাৰে আপোনাৰ জীৱনত।

সদায় নাৰীক সন্মান কৰক

আমাৰ দেশত নাৰীক দেৱী হিচাপে পূজা কৰা হয়। তেওঁলোকক সদায় সন্মান কৰা হয়। আচাৰ্য চাণক্যই তেওঁৰ নীতিত কৈছিল, কেতিয়াও নাৰীক বেয়া ব্যৱহাৰ নকৰিব। নাৰীক অপমান কৰা ব্যক্তিৰ জীৱনত সুখ, শান্তি নাথাকে। নাৰীক অপমান কৰা পুৰুষ কেতিয়াও এই সংসাৰৰ বাবে উপযুক্ত ব্যক্তি নহয়।

কঠোৰ পৰিশ্ৰমী মানুহক বেয়া ব্যৱহাৰ নকৰিব

চাণক্য নীতি শাস্ত্ৰৰ মতে কঠোৰ পৰিশ্ৰমী মানুহ অতি সৎ আৰু সত্যবাদী। তেওঁলোকে কেৱল কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে উন্নতি কৰিব বিচাৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰমী মানুহক সন্মান কৰা উচিত। কঠোৰ পৰিশ্ৰম কৰা সকলৰ প্ৰতি মানুহৰ হৃদয়ত সদায় সন্মান থাকিব লাগে। কঠোৰ পৰিশ্ৰমী আৰু সৎ মানুহক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰা সকলৰ ওপৰত মাতৃ লক্ষ্মী বৰ খং উঠে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm
মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

September 4, 2025 7:43 pm
আৰক্ষীৰ জিম্মাত কয়দীৰ মৃত্যু, থানাত অচল চিচিটিভি! নিজাববীয়া গোচৰ উচ্চতম ন্যায়ালয়ৰ

আৰক্ষীৰ জিম্মাত কয়দীৰ মৃত্যু, থানাত অচল চিচিটিভি! নিজাববীয়া গোচৰ উচ্চতম ন্যায়ালয়ৰ

September 4, 2025 6:49 pm
ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

September 4, 2025 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm
মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

September 4, 2025 7:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd