• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মেৰীকমৰ চৰিত্ৰটো উত্তৰ-পূৰ্বাঞ্চলৰ কোনোৱে কৰা উচিত আছিল’: স্বীকাৰ কৰিলে প্ৰিয়ংকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2022 2:53 pm
987994-priyanka-chopra-mary-kom
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব সুন্দৰী প্ৰিয়ংকা চোপ্ৰাই মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন মেৰীকমৰ ওপৰত ২০১৪চনত মুক্তি লাভ কৰা ছবি ‘মেৰীকম’ৰ মুল চৰিত্ৰটোত অভিনয় কৰিছিল।ছবিখনে বক্স অ’ফিচত সফলতা লাভ কৰাৰ লগতে সমালোচকৰো প্ৰশংসা বুটলিছিল। তদুপৰি, ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰেৰেও সন্মানিত হৈছিল।

ছবিখনত অলিম্পিক বিজয়ী বক্সাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছিল প্ৰিয়ংকা চোপ্ৰা। কিন্তু সম্প্ৰতি প্ৰিয়ংকাই কৈছে যে ছবিখনত মেৰীকমৰ চৰিত্ৰটো তেওঁৰ পৰিৱৰ্তে আন কাৰোবাকহে দিয়া উচিত আছিল।

মেৰীকম ছবিখন মুক্তিৰ পাছত উত্তৰ-পূবত ছবিখনক লৈ নানা বিতৰ্ক হৈছিল। মণিপুৰৰ লোকে মেৰীকমৰ ভূমিকাত প্ৰিয়ংকাই অভিনয় কৰাত আপত্তি কৰিছিল। তদুপৰি, পিএলএ উগ্ৰপন্থীৰ ভাবুকিত ইম্ফলৰ কিছু চিনেমা হলত ছবিখন প্ৰদৰ্শন নহ’ল। মণিপুৰৰ বিশ্ব চেম্পিয়ন গৰাকীৰ সৈতে বিশ্ব সুন্দৰী প্ৰিয়ংকাৰ মুখৰ গঢ় নিমিলা বুলিও কথা উঠিছিল।

লগতে পঢ়ক: ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ দৌৰত কোন এই ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনাক?

উক্ত বিষয়বোৰক লৈ তেতিয়া মুখ নুখুলিলেও এতিয়া মুখ খুলিছে প্ৰিয়ংকাই। তেওঁ কৈছে,’ মেৰীকমৰ চৰিত্ৰত উত্তৰ-পূব ভাৰতৰ কোনো অভিনেত্ৰীক কাষ্ট কৰা উচিত আছিল।‘

প্ৰিয়ংকাই লগতে কয়,’চাওক, মই জানো মেৰীকমৰ সৈতে মোৰ মুখৰ বা শৰীৰৰ তেনে কোনো সাদৃশ্য নাই। তথাপি মেৰীকমৰ দৰে জীৱন্ত কিংবদন্তিৰ চৰিত্ৰত অভিনয়ৰ সুযোগ এৰি দিব বিচৰা নাছিলো। অভিনেত্ৰী হিচাপে সেই আকাংখা আছিল। ইয়াৰ লগতে এগৰাকী মহিলা হিচাপে তেওঁ মোক সকলো সময়তে অনুপ্ৰাণিত কৰি গৈছে।‘

লগতে পঢ়ক:মহানগৰীত উৰুকাৰ উছাহ! গুৱাহাটীত উৰুকাৰ নিশা বিক্ৰী হ’ল ২.৭৫কোটি টকাৰ বিলাতী সুৰা 

উল্লেখ্য যে মেৰীকমৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে প্ৰিয়ংকাই মণিপুৰৰ মেৰীকমৰ গাঁৱৰ ঘৰতো যথেষ্ট সময় কটাইছিল আৰু তেওঁৰ পৰিয়ালৰ লোকসকলৰ সৈতে ভাৱ বিনিময় কৰি মেৰীকমৰ সকলো কথা জনাৰ চেষ্টা কৰিছিল।          

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd