DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ দৌৰত কোন এই ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনাক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2022 9:59 am
WhatsApp Image 2022-01-15 at 9.02.39 AM

ঋষি ছুনাক।

156
VIEWS
Share on FacebookShare on Twitter

কোভিড বিধি ভংগ কৰি বাৰে বাৰে পাৰ্টিৰ আয়োজন কৰাৰ অভিযোগ উঠাৰ পাছত সংকট পৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। নিজৰ দল কনজাৰভেটিভ পাৰ্টিৰ একাংশ সদস্যয়ো আনকি তেওঁ পদৰ পৰা আঁতৰি দিয়াটো বিচাৰিছে।

ইয়াৰ মাজতে দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে চৰ্চালৈ আহিছে এগৰাকী ভাৰতীয় বংশোদ্ভৱ ব্যক্তি ৪১ বৰ্ষীয় ঋষি ছুনাকৰ নাম। ঋষি ছুনাক কনজাৰভেটিভ পাৰ্টিৰ ছেঞ্চেলৰ।

ঋষি ছুনাকৰ পিতৃ চিকিৎসক আৰু মাতৃ এগৰাকী ফাৰ্মাচিষ্ট। ঋষিয়ে অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁৰ পঢ়াশুনা সমাপ্ত কৰিছে।

ঋষিয়ে ইনফ’ছিছৰ সহ প্ৰতিষ্ঠাপক নাৰায়ন মূৰ্তিৰ কন্যা অক্ষতা মূৰ্তিক বিয়া কৰাইছে। বৰ্তমান তেওঁলোকৰ দুটি কন্যা সন্তান কৃষ্ণা আৰু অনুষ্কা।

২০১৫চনত ঋষিয়ে প্ৰথম ইয়ৰ্কশ্বায়াৰৰ ৰিচমণ্ডৰ আইনসভাৰ সদস্য হিচাপে ব্ৰিটেইনৰ সংসদত প্ৰৱেশ কৰে। ব্ৰেক্সিটৰ সমৰ্থন গ্ৰহণ কৰা গুৰিত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁ শীঘ্ৰেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ঋষি নিজেই ১০হাজাৰ কোটি টকাৰ আন্তৰ্জাতিক বিনিয়োগ সংস্থাৰ সহ প্ৰতিষ্ঠাতা। ৰাজনীতিত প্ৰৱেশ পূৰ্বে তেওঁ ক্ষুদ্ৰ ব্যৱসায় বিনিয়োগ সম্পৰ্কে দক্ষতা লাভ কৰিছে।

২০২০ চনত ব্ৰিটেইনৰ বিত্তমন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ পাছতে ঋষি ছুনাকৰ বাতৰিৰ মাজলৈ আহে।

ৰাজনৈতিক মহলৰ মতে সকলো ঠিকে থাকিলে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে দেখা যাব ঋষি ছুনাকক।  

Recent News

মানসিক অৱসাদ কিয় আৰু কেনেকৈ?

মানসিক অৱসাদ কিয় আৰু কেনেকৈ?

Bhima Koregaon Case Varavara Rao

ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত ভাৰভাৰা ৰাওক জামিন উচ্চতম ন্যায়ালয়ৰ

Explosives Recovery In Pulwama

কূটাঘাতৰ পৰিকল্পনা! দিৱসৰ প্ৰাকক্ষণত পুলৱামাত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

Thief

ভক্তপ্ৰাণ চোৰ! মন্দিৰৰ দেৱী মূৰ্তিৰ সমুখত সেৱা জনাই লুটি নিলে সকলো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd