• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ প্ৰদেশত ১৪৪ ধাৰা ভংগ কৰি আটক প্ৰিয়ংকা গান্ধী ভাদ্ৰা; বিনাচৰ্তে মুক্তিৰ দাবীৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 10:27 pm
প্ৰিয়ংকা গান্ধী ভাদ্ৰাক আটকৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰিয়ংকা গান্ধী ভাদ্ৰাক আটকৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ সোণভদ্ৰাত হোৱা এটা হত্যাকাণ্ডৰ খবৰ লবলৈ যাওঁতে স্থানীয় আৰক্ষী বাহিনীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাক বাধা আৰোপ কৰাত ৰাজপথতে সমৰ্থকৰ সৈতে ধৰ্ণাত বহিছিল প্ৰিয়ংকাই।

উল্লেখযোগ্য যে, অঞ্চলটোত ১৪৪ ধাৰা বাহাল ৰখা হৈছিল আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ১৪৪ ধাৰা ভংগ কৰাৰ অপৰাধাত আৰক্ষীয়ে  আটক কৰিছিল।

প্ৰিয়ংকা গান্ধী ভাদ্ৰাক আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত ক্ষুব্ধ  কংগ্ৰেছ কৰ্মীসকলে দেশজুৰি প্ৰতিবাদী কাৰ্য্যসূচী হাতত লয়।

দেশজুৰি কংগ্ৰেছ কৰ্মীসকলে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, কংগ্ৰেছ কৰ্মীসকলে ৰাজীৱ ভৱনৰ সন্মুখত অগণতান্ত্ৰিক পদ্ধতিৰে প্ৰিয়ংকা গান্ধী ভাদ্ৰাক আটক কৰা কাৰ্য্যক সহ্য কৰা নহ’ব আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

September 20, 2025 3:50 pm
জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

September 20, 2025 3:18 pm
কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

নিশা প্ৰায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ! বিমানবন্দৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে চমজি ল’ব দেহ

September 20, 2025 3:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

September 20, 2025 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd