• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নজিৰবিহীন ঘটনা : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজধানীত ট্ৰাম্পৰ সমৰ্থকৰ হিংসা; এগৰাকী মহিলাৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2021 9:07 am
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ শোচনীয় হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ পৰিস্থিতি।

বুধবাৰে সন্ধিয়াৰ পৰা ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকে মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰাজধানীত হিংসাত্মক পৰিস্থিতি উদ্ধৱ কৰাৰ পিছতে বৃহস্পতিবাৰে এগৰাকী মহিলাৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেনৰ হাতত পৰাস্ত হোৱাটোক মাৰ্কিন ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ সমৰ্থকসকলে এতিয়াও সহজভাৱে গ্ৰহণ কৰিব পৰা নাই।

আৰক্ষীৰ খবৰ অনুসৰি কেপিটেল বিল্ডিঙৰ ছিনেটত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত চূড়ান্ত ছীল মোহৰ মৰাৰ সম্পৰ্কীয় বৈঠক চলি আছিল।

কিন্তু বৃহস্পতিবাৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জু বিডেনে আনুষ্ঠানিকভাৱে বিজয়ী প্ৰমাণ পত্ৰ গ্ৰহণ কৰাৰ পূৰ্বে সেয়ে ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে কেপিটেল বিল্ডিঙত আক্ৰমণ চলায় আৰু তৎমুহূৰ্ততে মাৰ্কিন কেপিটেল বিল্ডিং ৰণক্ষেত্ৰত পৰিণত তোলে। বিক্ষোভকাৰীয়ে কেপিটেল বিল্ডিং আগুৰি পেলায়।

SCENE IN DC
pic.twitter.com/Yzlcf5Gqm5

— The_Real_Fly (@The_Real_Fly) January 6, 2021

ইয়াৰ পিছতে ট্ৰাম্পৰ সমৰ্থক বিক্ষোভকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষৰ সৃষ্টি হৈছে আৰু এই সংঘৰ্ষত এগৰাকী মহিলা গুলীবিদ্ধ হৈ মৃত্যু হৈছে।

আৰু বহু লোক আহত হোৱাৰ খবৰ আহিছে। পৰিস্থিতি শান্ত কৰাৰ স্বাৰ্তত ট্ৰাম্পৰ বহু সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ইফালে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জু বিডেনে এই ঘটনাক নিন্দা কৰাৰ লগতে উদ্বেগ প্ৰকাশ কৰিছে।

এই মাৰ্কিন ৰাজধানীৰ এই নজিৰবিহীন হিংসাত্মক ঘটনাক বিশ্ব সম্প্ৰদায়েও তীব্ৰ ভাষাৰে গৰিহণা দিছে। প্ৰাক্তান মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্ব আৰু বাৰাক অ’বামাইয়ো তীব্ৰ ভাষাৰে গৰিহণা দিছে এই হিংসাত্মক ঘটনাক।

আনহাতে হিংসা বিয়পোৱাৰ অভিযোগত ড’নাল্ড ট্ৰাম্পৰ টুইটাৰ, ইনষ্টগ্ৰাম, আৰু ফেচবুক একাউন্ট আৰু পেজ ১২ৰ পৰা ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd