• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাগৰিজান মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ সাগৰ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 1:59 pm
খাগৰিজান মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ সাগৰ বৰুৱাৰ পৰলোকপ্ৰাপ্তি ঘটিছে। ফাইল ফটোঃ সংগ্ৰহীত।

খাগৰিজান মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ সাগৰ বৰুৱাৰ পৰলোকপ্ৰাপ্তি ঘটিছে। ফাইল ফটোঃ সংগ্ৰহীত।

728
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ সাগৰ বৰুৱাৰ দেওবাৰে পুৱা হোজাই জিলাৰ লংকাস্থিত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।

গোলাঘাট জিলাৰ বোকাখাতৰ ‘লখৌজানত জন্মগ্ৰহণ কৰা বৰুৱাই লংকা মহাবিদ্যালয়ত অধ্যাপনা আৰম্ভ কৰি পৰৱৰ্তী সময়ত নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰিছিল।

তেওঁ ২০০৭ চনৰ পৰা খাগৰিজান মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে একনিষ্ঠ সেৱা আগবঢ়াই ২০১৮ চনত অৱসৰ গ্ৰহণ কৰে। কবি হিচাপেও খ্যাতি লাভ কৰা ড০ সাগৰ বৰুৱাই অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰিছিল।

কেইবাখনো উচ্চমানৰ গ্ৰন্থৰ লেখক ড০ বৰুৱাই নিজা খৰচত বহু মানবিশিষ্ট আলোচনা-চক্ৰৰ আয়োজন কৰিছিল। ড০ বৰুৱাই নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত গবেষণা তত্বাৱধায়ক হিচাপেও কিছুদিন কাম কৰিছিল। তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতেও জড়িত আছিল।

শিক্ষাবিদগৰাকীৰ মৃত্যুত নগাঁৱকে ধৰি অসমৰ বৌদ্ধিক মহলত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে লংকাৰ বাসগৃহত অগণন গুণমুগ্ধই উপস্থিত হৈ তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰে।

ড০ সাগৰ বৰুৱাৰ মৃত্যুত খাগৰিজান মহাবিদ্যালয়ৰ শিক্ষক পৰিষদ, অসমীয়া সাহিত্য সন্মিলনী, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁও মহাবিদ্যালয়, এ ডি পি কলেজ, অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদ,ভাৰতীয় গণনাট্য সংঘ, ৰূপহী কলেজ, চিপিআই আদিয়ে শোক প্রকাশ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই পুত্ৰসহ বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে। 

Recent News

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ বিধেয়কত সন্মতি প্ৰদানৰ সময়সীমা! উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ব্যাখ্যা…

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ বিধেয়কত সন্মতি প্ৰদানৰ সময়সীমা! উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ব্যাখ্যা…

ঋণৰ বোজা সহিব নোৱাৰি সৰ্বনাশী কাণ্ড : তিনি সন্তানক বিহ খুৱাই হত্যা কৰি পিতৃ-মাতৃয়েও ল’লে চৰম সিদ্ধান্ত

ঋণৰ বোজা সহিব নোৱাৰি সৰ্বনাশী কাণ্ড : তিনি সন্তানক বিহ খুৱাই হত্যা কৰি পিতৃ-মাতৃয়েও ল’লে চৰম সিদ্ধান্ত

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd