• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিহ! কি চলে নুনমাটিৰ ‘লাকী হেয়াৰ বিউটি স্পা চেলুন’ত? 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2023 4:16 pm
425
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে মহানগৰীৰ নূনমাটি অঞ্চলৰ এখন স্পা চেলুনত অভিযান চলাই মহিলাসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰে।

‘লাকী হেয়াৰ বিউটি স্পা চেলুন’ত অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত নন্দিনী কাকতিৰ নিৰ্দেশত অভিযান চলোৱা হয়।

আটক কৰা দুজন পুৰুষ আৰু চাৰিগৰাকী মহিলা বুলি জানিবলৈ দিছে আৰক্ষী বিভাগে।

উক্ত স্পা চেলুনখনত নাৰী দেহ ব্যৱসায়ৰ ৰেকেট চলোৱাৰ লগত জড়িত আছিল গ্ৰেপ্তাৰ কৰা ৬ গৰাকী লোক।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত লোক কেইজন হৈছে মিলি সিনহা, উষা দৈমাৰী, পাহি দাস, জানমণি দাস, চিন্ময় শৰ্মা আৰু তনময় দাস।

উল্লেখ্য যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে সমগ্ৰ মহানগৰীত অভিযান চলাই ছটাকৈ স্পা চেলুনৰ মালিকক গ্ৰেপ্তাৰ কৰিছিল।

ছয়গৰাকী মালিকৰ লগতে ১৬গৰাকী যুৱতীকো গ্ৰেপ্তাৰ কৰা হৈছিল সেই অভিযান কালত। ক্ৰাইম ব্ৰাঞ্চ আৰু পানবজাৰ মহিলা আৰক্ষীয়ে যৌথভাৱে এই অভিযান চলাইছিল।

Recent News

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd