• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লী আৰু পশ্চিম বংগতো জ্বলিছে নাগৰিকত্ব (সংশোধন) আইনৰ জুই; বাছ, ট্ৰেইন, গাড়ী ভস্মীভূত

অসম, পশ্চিম বংগৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ বাবে জঁপিয়াই পৰিছে হিন্দুত্ববাদী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2019 8:19 pm
Protest Delhi

দিল্লীত ১৫ ডিচেম্বৰত প্ৰতিবাদৰ এটা দৃশ্য।

194
VIEWS
Share on FacebookShare on Twitter

অসমৰ সমান্তৰালভাৱে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত আজি দিল্লী আৰু পশ্চিম বংগৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে।

পশ্চিম বংগত প্ৰতিবাদকাৰীয়ে বাছ, ৰেইল জ্বলাই দিয়াৰ পিছত দক্ষিণ দিল্লীতো উন্মত্ত প্ৰতিবাদকাৰীয়ে দুখন বাছ জ্বলাই দিয়ে।

দক্ষিণ দিল্লীৰ মথুৰা পথত ঘটা হিংসাত্মক ঘটনাৰ সময়ত দুজন অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহত হৈছে।

অঞ্চলটোত জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হয়।

জানিব পৰামতে, প্ৰতিবাদকাৰীসকলে বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিবলৈ এটা সমদল উলিয়াইছিল।

ৰেইলৱেই নিৰ্দিষ্ট কিছুমান ৰেইলৰ ষ্টেইশ্যনৰ উল্লেখ কৰি কয় যে এইবোৰ ষ্টেইশ্যনত ৰেইল ৰখা নহয়।

ইপিনে পশ্চিম বংগতো আজি অভাৱনীয় হিংসাৰ ৰূপ লয় নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদে।

ৰাজ্যখনৰ ৰাজ্যপালে মমতা বেনাৰ্জীক তেওঁ ৰাজ্যখনত দিয়া NRC আৰু CAA কাৰ্য্যকৰী কৰা নহ’ব বুলি দিয়া বিজ্ঞাপনটো উঠাই ল’বলৈ আহ্বান জনাইছে।

ইপিনে অসম আৰু পশ্চিম বংগৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ বাবে জঁপিয়াই পৰিছে হিন্দুত্ববাদী সংগঠন, ব্যক্তি।

অসমৰ প্ৰতিবাদক ৰাজ্যখনত হিন্দু-মুছলমানৰ মাজত হোৱা সংঘৰ্ষ বুলি প্ৰচাৰ চলোৱা দেখা গৈছে মেইন লেণ্ড ইণ্ডিয়াৰ কিছু সংখ্যক লোকক।

হিংসাত্মক দৃশ্যৰ পুৰণি ফটো কিছুমানক পশ্চিম বংগত মুছলমানে হিন্দুক মৰা দৃশ্য বুলি প্ৰচাৰ চলাইছে একাংশই। বিনীতা হিন্দুস্তানী নামৰ এটা একাউণ্টৰ পৰা চলোৱা এনে কিছুমান ভুৱা ফটো আৰু মনেসজা কথাৰ পোষ্টে AltNews –এ উদঙাই দেখুৱাইছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd