• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ দাবীত মাৰ্ঘেৰিটাত দল-সংগঠনৰ প্ৰতিবাদ; মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 24, 2020 7:56 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগৰ বিৰ্তকিত বুদ্ধিজিৱী গৰ্গ চেটাৰ্জীয়ে চাওলুং চ্যুকাফা আৰু আহোম সম্প্ৰদায়ৰ ওপৰত কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে আহোম সভা মাৰ্ঘেৰিটা মহকুমা সমিতিৰ আহ্বানত আজি বহুকেইটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত ৰূপায়ন উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আছু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা টিৰাপ আঞ্চলিক আৰু স্থানীয় বিভিন্ন দল-সংগঠনে অংশ লয়।

প্ৰতিবাদ কাৰীসকলে ‘চাওলুং চ্যুকাফা জিন্দাবাদ, গৰ্গ চেতাৰ্জী মুৰ্দাবাদ, গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰক’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

মাৰ্ঘেৰিটা মহকুমা আহোম সভাৰ সম্পাদক উৎপল কোঁ‌ৱৰে সংবাদ মাধ্যমৰ আগত কয় যে বৰ অসমৰ ভেটি গঢ়া স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন।

আহোম সভাৰ লগতে অন্যান্য জাতীয় দল সংগঠন সমূহে শীঘ্ৰে বিৰ্তকিত গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তী দিবলৈ চৰকাৰক দাবী জনায়।

দুঘণ্টীয়া প্ৰতিবাদৰ অন্তত মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ দাবীত  আহোম সভাই মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd