• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীন মিজোৰাম আদৰণিৰে প্ৰতিবাদী জনতাত বিলীন ৫ বাৰৰ মুখ্য মন্ত্ৰী

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে দৃঢ়, ধাৰাৱাহিক প্ৰতিবাদ মিজোৰামত।

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 11:07 pm
Protest held in Mizoram with placards signaling for an independent republic

এই বছৰৰ ১২ ফেব্ৰুৱাৰিত ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ এটা প্ৰতিবাদী কাৰ্য্যসূচীৰ দৃশ্য।।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক উত্থাপনক লৈ উৎকণ্ঠিত প্ৰতিবাদী জনতাৰ মাজত বিলীন হৈ মঙলবাৰে “স্বাধীন মিজোৰাম”ক আদৰণি জনালে ৰাজ্যখনৰ ৫ বাৰৰ মুখ্য মন্ত্ৰীৰূপে অভিলেখ গঢ়া লালথানহাওলাই।

ইমান প্ৰতিবাদৰ পিছতো যদি বিজেপি চৰকাৰে আমাৰ কথা নুশুনে, বিকল্প কি আমাৰ? প্ৰাক্তন মুখ্য মন্ত্ৰী, কংগ্ৰেছ নেতা লালাথানহাওলাও উপস্থিত থকা গণ জাগৰণতে বহু প্ৰতিবাদী মিজোৱে পুনৰ উত্থাপন কৰিলে “লালদেংগা-যুগ”ৰ অৱসানৰ পিছত কেন্দ্ৰীয় চৰকাৰ বাদ, ভাৰত ৰাষ্ট্ৰক আহুকালত পেলাব পৰা এই প্ৰশ্ন।

“Welcome Independent Republic of Mizoram”, “Hello New Christian Country”, “No Hindu Relics at Vangchhia” আদি সাৰ্বভৌম মিজোৰামৰ আদৰণি সমৃদ্ধ প্লাকাৰ্দে স্পষ্ট কৰিলে বিধেয়্ক-বিক্ষুব্ধ মিজোসকলৰ বাৰ্তা।

“আমি ভাৰতক সোঁৱৰাই দিব খুজিছো তেওঁলোকৰ স্বাধীনতা সংগ্ৰামৰ অধ্যায়। আপোনালোকে আপোনালোকৰ ওপৰত চলা দমন ভাল পোৱা নাছিলে আৰু আমি মিজোসকলেও আপোনালোকে পোৱাৰ দৰে দমন পাব নোখোজো। মনত ৰাখিব তেজ আমাৰ মিজো, আইনৰ যোগেদিহে মাত্ৰ আমি ভাৰতীয় হৈছো,” প্ৰতিবাদথলীপৰা “কেন্দ্ৰীয় চৰকাৰৰ” নেতৃত্বৰ প্ৰতি এই বাৰ্তা ৰাজ্যখনৰ অতি প্ৰভাৱশালী ইউথ মিজো এচ’চিয়ে’চনৰ সভাপতি ৱানলালৰুৱাতাৰ।

লগতে পঢ়ক– লালদেংগাক সোঁৱৰাই কেন্দ্ৰক সকীয়নি সহস্ৰ বিক্ষুব্ধ মিজো শিক্ষাৰ্থীৰ

ইপিনে বিধেয়কখনক লৈ মিজো সংগঠনসমূহৰ সন্দেহৰ দৃষ্টিত পৰা নৱ নিৰ্বাচিত মুখ্য মন্ত্ৰী জ’ৰামথাংগায়ো বিধেয়কখনৰ স্পষ্ট আৰু দৃঢ় বিৰোধিতা কৰা বুলি পুনৰ স্পষ্ট কৰিছে।

“প্ৰথমৰে পৰা আমাৰ দল বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধী। দলৰ মজিয়াৰ পৰা আমি ইয়াৰ মুকলি বিৰোধিতা কৰিছো। আমি বিধেয়কৰ বিৰুদ্ধে কেবিনে’ট সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু চৰকাৰৰ ফালৰ পৰাও আমি ইয়াৰ দুৰ্ঘোৰ বিৰোধ কৰিছো,” স্পষ্টীকৰণ বিজেপি নেতৃত্বাধীন নেদাৰ অংশীদাৰ এম এন এফৰ মুখ্য মন্ত্ৰী থাংগাৰ।

সমূহ মিজো জাতীয় সংগঠনৰ উমৈহতীয়া মঞ্চ জইন্ত এন জি অ’ ক’-অৰ্দিনে’চন কমিতিয়ে ৰাজ্যসভাত বিধেয়ক উত্থাপনৰ সমান্তৰালকৈ আইজলৰ চিতি চে’ন্তাৰত প্ৰতিবাদী সমাৱেশটো আহ্বান কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

September 13, 2025 5:35 pm
এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

September 13, 2025 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd