• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক বৰ্খাস্তৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ

উগ্ৰপন্থী সংগঠনৰ লগত সম্পৰ্কৰ অভিযোগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 6:52 am
Manipur
274
VIEWS
Share on FacebookShare on Twitter

এতিয়াও শান্ত হোৱা নাই সংঘৰ্ষ জৰ্জৰিত মণিপুৰ। অশান্ত জৰ্জৰ মণিপুৰলৈ শান্তি ঘুৰাই অনা আৰু আইনৰ শাসন চলাবলৈ ব্যৰ্থ হোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক বৰ্খাস্ত কৰাৰ দাবীত কেণ্ডেল মাৰ্চেৰে কালি দীঘলীপুখুৰী পাৰত প্ৰতিবাদ সাব্যস্ত কৰে যুৱ-ছাত্ৰ সংগঠনসমুহে।

এছ এফ আই, এ আই এছ এফ, ডি ৱাই এফ আই, এ আই ৱাই এফ, জে ৱাই এছ, এছ এম এছ এছ, আইছা, আই এছ অ’ৰ উদ্যোগত দীঘলীপুখুৰী পাৰত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

কাৰ্যসূচীৰ অংশ হিচাপে এক চমু সভাও অনুষ্ঠিত হয়। এছ এফ আইৰ সম্পাদক সংগীতা দাসে আঁ‌ত ধৰা সভাত এ আই ৱাই এফৰ ৰাজ্যিক সভাপতি তথা উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈ আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে বক্তব্য ৰাখে।

বক্তাদ্বয়ে মণিপুৰত বিগত ৫০ দিনে আইন-শৃংখলা ভাগি এক অৰাজক পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰকে জগৰীয়া কৰে আৰু সংবিধান অনুসৰি আইনৰ শাসন চলাবলৈ ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰখনক শীঘ্ৰে বৰ্খাস্ত কৰিবলৈ দাবী কৰে।

নেতাদ্বয়ে লগতে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ সন্দৰ্ভত অৱলম্বন কৰি অহা মৌনতাকো তীব্ৰ ধিক্কাৰ জনায়। তেওঁলোকে মণিপুৰৰ হিংসাত্মক ঘটনাৰাজিৰ বাবে বিজেপি চৰকাৰৰ বিভাজনবাদী নীতিকে জগৰীয়া কৰে।

আনহাতে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু আৰ এছ এছ নেতা ৰাম মাধবে ২০১৭ চনত মণিপুৰৰ বিধান সভা নিৰ্বাচনত কুকি উগ্ৰপন্থী সংগঠনৰ লগত চুক্তি কৰা বুলি উত্থাপিত হোৱা অভিযোগৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীজনক ক্ষমতাৰ পৰা আঁ‌তৰ কৰি গ্ৰেপ্তাৰৰ দাবী জনায়।

“উগ্ৰপন্থী সংগঠনৰ লগত গোপন চুক্তি কৰাটো দেশৰ আভ্যন্তৰিণ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি বিপদজনক। এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা উচিত।”— এই মন্তব্য কৰে সংগঠনৰ নেতৃবৃন্দই।

Recent News

ভাৰতীয় ৰাজনীতিত পৰমাণু বোমা ফুটালে ৰাহুল গান্ধীয়ে! কঁপি উঠিব পাৰে চৰকাৰৰ ভেটি

ভাৰতীয় ৰাজনীতিত পৰমাণু বোমা ফুটালে ৰাহুল গান্ধীয়ে! কঁপি উঠিব পাৰে চৰকাৰৰ ভেটি

মানৱ সৰবৰাহ-ধৰ্মান্তৰকৰণৰ গোচৰত কেৰালাৰ দুগৰাকী নানৰ জামিন মঞ্জুৰ আদালতৰ

মানৱ সৰবৰাহ-ধৰ্মান্তৰকৰণৰ গোচৰত কেৰালাৰ দুগৰাকী নানৰ জামিন মঞ্জুৰ আদালতৰ

ৰাছিয়াক ঘেৰি দুখন পাৰমাণৱিক চাবমেৰিন মোতায়েনৰ নিৰ্দেশ ট্ৰাম্পৰ; বৃদ্ধি পাইছে উত্তেজনা

ৰাছিয়াক ঘেৰি দুখন পাৰমাণৱিক চাবমেৰিন মোতায়েনৰ নিৰ্দেশ ট্ৰাম্পৰ; বৃদ্ধি পাইছে উত্তেজনা

নিৰুদ্দেশ হৈ আছে ইণ্ডিগ’ৰ বিমানত সহযাত্ৰীৰ শাৰীৰিক আক্ৰমণ বলি হোৱা অসমৰ ব্যক্তি

নিৰুদ্দেশ হৈ আছে ইণ্ডিগ’ৰ বিমানত সহযাত্ৰীৰ শাৰীৰিক আক্ৰমণ বলি হোৱা অসমৰ ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd