• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেৰিচত লিঅ’নেল মেছি; প্ৰতি নিশা হোটেলত থকাৰ খৰচ ১৪ লাখ টকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2021 8:28 pm
Messi in Paris
273
VIEWS
Share on FacebookShare on Twitter

বাৰ্চিলোনাৰ সৈতে সম্পৰ্ক ছিন্ন হোৱাৰ পাছত পেৰিচত ক্লাৱ পিএছজিত নতুন সম্পৰ্কত বান্ধ খাইছে ফুটবলৰ সম্ৰাট লিঅ’নেল মেছি। ক্লাৱটোৱে মেছিৰ আপ্যায়নত অকনো কাৰ্পন্য কৰা নাই।

মেছি বৰ্তমান সপৰিয়ালে পেৰিচৰ বিলাসীহোটেল লে ৰয়েল মনোছাত আছে।

কাটাৰা হস্পিতালিটি প্ৰতিষ্ঠানৰ অধীনৰ পঞ্চ তাৰকাযুক্ত হোটেলখন পেৰিচৰ মাজভাগতে অৱস্থিত। ২০১৭ত পিএছজিত যোগদান কৰাৰ সময়ত নেইমাৰো ইয়াতে থাকিবলৈ লৈছিল।

বিলাসী হোটেলখনৰ সৰ্বনিম্ন ভাড়াই হৈছে ৭০০পাউণ্ড। কিন্তু পত্নী তথা সন্তানক লৈ তাত থকা মেছিৰ বাবে প্ৰতি নিশা ব্যয় হৈছে ১৭হাজাৰ পাউণ্ড যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১৪লাখ টকা।

হোটেলখনত মেছিৰ বাবে পৃথক বিলাসী ছুইমিং পুল, এটা চিনেমা হল আৰু ফৰাচী খাদ্যসম্ভাৰ পৰিৱেশন কৰাৰ বাবে ছয়খন ৰেষ্টুৰেন্টৰ ব্যৱস্থা কৰা হৈছে।

১৯২৮ চনত পেৰিচৰ মধ্যভাগত থকা এই হোটেলখন আৰম্ভ কৰা হৈছিল। কিন্তু ১১বছৰ পূৰ্বে ইয়াৰ কোঠাবোৰ নতুন কৰি তোলা হয়।

উইনষ্টন চাৰ্চিল, ৱাল্ট ডিজনি, ৰবাৰ্ট ডি নিৰ’ৰ দৰে চেলিব্ৰেটিসকলে এই হোটেলখনত নিশা কটাই গৈছিল।

Recent News

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd