• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথ চাৰিআলিত কেন্দ্ৰীয় পূজা সমিতিৰ কাৰ্যালয় উদ্বোধন

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
October 16, 2018 11:09 pm
Biswanath
162
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্বনাথ চাৰিআলিত বিশ্বনাথ কেন্দ্ৰিয় দুৰ্গা পূজা পৰিচালনা সমিতিৰ নিয়ন্ত্ৰণ কক্ষ এটা উদ্বোধন কৰা হয়। পুলিচ পইণ্টত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষটো উদ্বোধন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই।

এই উপলক্ষে পূজা পৰিচালনা সমিতিৰ সভাপতি জিতেন ভাগৱতীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

উক্ত সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়া, আছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দুলদুল বৰকটকী, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিটু শৰ্মা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক দিব্য জ্যোতি বৰুৱা, কমল ভূঞা, বিজয় গোস্বামী, অকণ শইকীয়া, প্ৰভু নাথ সিং, শংকৰ প্ৰসাদ গুপ্তা, বিদ্যুৎ শৰ্মা, পংকজ বৰা, কন্দৰ্প হাজৰিকা, সমিতিৰ সম্পাদক অঞ্জন বৰা আদিয়ে অংশ লয়।

Recent News

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

শান্তি আলোচনাৰ পিছদিনাই যুযুধান ৰাছিয়া : ইউক্ৰেইনৰ যাত্ৰীবাহী বাছত ড্ৰ’ণ আক্ৰমণ, ৯ জনৰ মৃত্যু

শান্তি আলোচনাৰ পিছদিনাই যুযুধান ৰাছিয়া : ইউক্ৰেইনৰ যাত্ৰীবাহী বাছত ড্ৰ’ণ আক্ৰমণ, ৯ জনৰ মৃত্যু

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd