• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্জাৱত শিৱসেনাৰ নেতাক গুলীয়াই হত্যা, কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল আপত্তিজনক মন্তব্যৰ বাবে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 4, 2022 5:53 pm
137
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱৰ অমৃতসৰত শিৱসেনাৰ নেতা সুধীৰ সুৰীক গুলীয়াই হত্যা কৰিছে দুৰ্বৃত্তই। ঘটনাটো অমৃতসৰ চহৰৰ এটা মন্দিৰৰ কাষতে ঘটিছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আজি শিৱসেনাৰ নেতাসকলে মন্দিৰৰ বাহিৰত প্ৰতিবাদ কৰি আছিল। সেই সময়তে আক্ৰমণকাৰী লোকজনে ভিৰৰ মাজৰ পৰা ওলাই আহি সুৰীক গুলীয়ায়।

ঘটনাৰ পিছতে আৰক্ষীয়ে আক্ৰমণকাৰী লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আক্ৰমণটোত ব্যৱহৃত বন্দুকটোও অভিযুক্ত জনৰ পৰা উদ্ধাৰ কৰা হৈছে। মন্দিৰ চৌহদৰ আৱৰ্জনাত দেৱ-দেৱীৰ ভঙা মূৰ্তি পোৱাৰ পিছত শিৱসেনাৰ নেতাসকলে মন্দিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

প্ৰতিবাদৰ সময়ত সুৰীয়ে এজন আৰক্ষী বিষয়াৰ সৈতে কথা পাতি আছিল। সেই সময়তে তেওঁৰ ওপৰত পাঁচ ৰাউণ্ড গুলী চালনা কৰা হৈছিল।আক্ৰমণকাৰী জনক সন্দীপ সিং বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰই কয় যে অভিযুক্ত আক্ৰমণকাৰীজন স্থানীয় ব্যৱসায়ী ।

দীৰ্ঘদিন ধৰি সুৰীক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল দুৰ্বৃত্তই। তেওঁক ইতিমধ্যে নিৰাপত্তাও দিয়া হৈছিল। ঘটনাটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতা তাজিন্দৰ সিং বাগ্গাই আম আদমী পাৰ্টি (আপ) চৰকাৰক গৰিহণা দিছে। তাজিন্দৰে টুইট কৰি কয়, ” আপ চৰকাৰৰ শাসনত থাকে তেতিয়া পঞ্জাৱত আইন-শৃংখলা ভাঙি পৰিছে।” চুৰীক এই বছৰৰ জুলাই মাহত এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা আৰু ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

Recent News

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd