• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2022 3:48 pm
Putin very ill with blood cancer
252
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভূগিছে ব্লাড কেঞ্চাৰত। শেহতীয়াকৈ পুটিনক এটা অনুষ্ঠানত ভৰিৰ ওপৰত কম্বল লৈ বহি থকা দেখা গৈছিল। লগতে আন এটা ভিডিঅ’ত এখন প্ৰশাসনিক সভাত টেবুলত টানকৈ ধৰি বহি থকা দেখিবলৈ পোৱা গৈছিল পুটিনক।

তেতিয়াৰ পৰাই পুটিনৰ স্বাস্থ্যকলৈ জল্পনা-কল্পনা বৃদ্ধি পাইছে। পুটিনৰ স্বাস্থ্যক লৈ উত্থাপন হৈছে প্ৰশ্ন। আৰু এইবাৰ এগৰাকী কোটিপতি ব্যক্তিৰ গোপন ৰেকৰ্ডিঙৰ তথ্য প্ৰকাশ কৰিছে এখন পশ্চিমীয়া আলোচনীয়ে।

নিউজ লাইনছ আলোচনীয়ে দাবী কৰিছে যে ধনকুবেৰজনৰ গোপন ৰেকৰ্ডিঙত ভ্লাদিমিৰ পুটিন ব্লাড কেঞ্চাৰত গুৰুতৰভাৱে অসুস্থ বুলি প্ৰকাশ পাইছে।

দীৰ্ঘদিন ধৰি পুটিন ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ আছে বুলি ধনকুবেৰ গৰাকীয়ে দাবী কৰিছে। অৱশ্যে নিৰাপত্তাজনিত কাৰণত এই তথ্য প্ৰদান কৰা কোটিপতিগৰাকীয়ে নাম প্ৰকাশ কৰিব বিচৰা নাই।

জানিব পৰা মতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ কেইদিনমান আগতে পুটিনে পিঠিৰ অস্ত্ৰোপচাৰ কৰিছিল। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কৰা হৈছিল এই অস্ত্ৰোপচাৰ।

পুটিনৰ কৰ্কট ৰোগ নিৰাময় কৰিব পৰা যাব নে নাই সেই সন্দৰ্ভতো পশ্চিমীয়া দেশসমূহে সন্দেহ প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে ৰাছিয়াৰ বিজয় দিৱস উপলক্ষে তেওঁ চৰ্দি ৰোধ কৰিবলৈ ডাঠ জেকেট পিন্ধি মঞ্চত বহি আছিল।

কিন্তু তেওঁৰ স্বাস্থ্যৰ বিষয়ে বাৰে বাৰে আলোচনা হোৱাৰ বাবে ক্ৰেমলিনে স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ একো অৱনতি ঘটা নাই তেখেত সুস্থ অৱস্থাতে আছে।

কোটিপতিগৰাকীৰ ৰাজহুৱা হোৱা ৰেকৰ্ডিঙত ৰাছিয়াৰ অৰ্থনীতিৰ সংকটৰ কথাও উল্লেখ আছে। পুটিনে ৰাছিয়াৰ অৰ্থনীতি নষ্ট কৰিছে বুলি শুনা গৈছে ৰেকৰ্ডিঙত।

তেখেতে ইউক্ৰেইনকে ধৰি বিভিন্ন দেশৰ অৰ্থনীতিও ধ্বংস কৰি পেলালে বুলি অভিযোগ কৰি থকা শুনা গৈছে ৰেকৰ্ডিঙটোত। ১১ মিনিটৰ এই চাঞ্চল্যকৰ অডিঅ’ক লৈ এতিয়া সমগ্ৰ বিশ্বতেই সৃষ্টি হৈছে চাঞ্চ্যলৰ।

Recent News

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd