DMCA.com Protection Status

GK 1

Put your correct options

১. শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল ?

২.ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকলে কেতিয়া প্ৰৱেশ কৰিছিল ?

৩. আহোম ৰাজত্বকালত প্ৰথমখন ৰাজধানীৰ নাম কি ?

৪. বামুণী কোঁৱৰৰ আহোম নাম কি আছিল ?

৫.কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ হৈছিল?

৬.অসমৰ কোনখন বিশ্ববিদ্যালয়ত ৰেডিঅ'ৰ প্ৰচলন পোনপ্ৰথমে হৈছিল?

৭.গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত ?

৮.লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল?

৯.শংকৰদেৱে ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি ?

১০.অসমীয়া গদ্য-সাহিত্যৰ জনকগৰাকীৰ নাম কি ?

১১.অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে— বিখ্যাত উক্তিটো কাৰ

১২.শুক্লধ্বজ কি নামেৰে জনপ্রিয় আছিল ?

১৩. ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায় ?

১৪. প্ৰথম অসমীয়া ৰঙীণ চলচ্চিত্ৰখনৰ নাম কি ?

১৫ .শৰাইঘাট দলং কোন চনত নিৰ্মাণ কৰা হৈছিল ?

১৬. কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ?

Recent News