• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটা নগ্ন ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ৪ দিন ঘৰৰ পৰা ওলোৱা নাছিল এইগৰাকী অভিনেত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2021 7:37 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

কিন্তু কেন?

বলিউডৰ এগৰাকী শক্তিশালী আৰু সাহসী অভিনেত্ৰী হিচাপে ৰাধিকা আপ্টেৰ সুকীয়া স্থান আছে।

কিন্তু অতীতৰ এক ঘটনাই লজ্জাত পেলাইছিল সাহসী অভিনেত্ৰীগৰাকীক।

লজ্জাত তেওঁ ঘৰৰ ভিতৰতে সোমাই আছিল।

কিন্তু কিয়?

ইয়াৰ কাৰণ হৈছে কেইটামান মুহূৰ্তৰ এটা ভিডিঅ’।

ভিডিঅ’টোত যিগৰাকী মহিলাক নগ্ন অৱস্থাত দেখা পোৱা গৈছিল, তেওঁক ৰাধিকা আপ্টে বুলি ধৰি লৈছিল অনেকেই।

ভিডিঅ’টো আচলতে অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা ছবি ‘ক্লীন শ্বেভেন”ৰ এটা ক্লিপহে আছিল।

এখন সংবাদপত্ৰক দিয়া সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ যেতিয়া ছবিখনৰ শ্বুট কৰিছিল, তেতিয়া তেওঁৰ এটা নগ্ন দৃশ্যৰ ক্লিপ ভাইৰেল হৈ পৰে।

তাৰপাছতে তেওঁক লৈ ট্ৰ’ল হৈছিল আৰু ট্ৰ’লসমূহে ৰাধিকাৰ মানসিক প্ৰভাৱ পেলাইছিল।

“মই ঘৰৰ পৰা ৪ দিনৰ বাবে বাহিৰ হ’ব পৰা নাছিলো। সংবাদমাধ্যমে মোক লৈ কি কৈছে, সেয়া ভবা নাছিলো, কিন্তু মোৰ গাড়ী চালক আৰু চকিদাৰসকলে মোক সেই দৃশ্যটোত চিনি পাইছিল।

ৰাধিকাই কয় যে সেই ভাইৰেল ভিডিঅ’টোত থকাগৰাকী তেওঁ নাছিল।

ইয়াৰ পাছতে ‘পাৰ্চড’ ছবিখনত তেওঁক নগ্ন দৃশ্যত ভুমুকি মাৰে।

২০১৬ চনৰ এই চিনেমাখনত তেওঁ এগৰাকী যৌনকৰ্মী হিচাপে অভিনয় কৰিছিল।

এই সাহসী চিনেমাখন বাচি লোৱাৰ সন্দৰ্ভতো তেওঁ এই নগ্ন ভিডিঅ’ৰ ক্লিপটোক সাঙুৰি লয়।

“ইয়াৰ পাছত মই যেতিয়া ‘পাৰ্চড’ ছবিখনত পোছাক খুলো, তেতিয়া ভাব হ’ল মোৰ আৰু লুকুৱাই ৰাখিবলৈ একোৱে নাই।”- ৰাধিকাই কয়।

সকলো বিতৰ্ককে নেওচি নিজৰ কেৰিয়াৰ বৰ্তমান উৰ্ধ্বমুখী কৰি ৰাখিছে অভিনেত্ৰীগৰাকীয়ে।

ইতিমধ্যে কেইবাখনো ছবিত বলিষ্ঠ অভিনয়েৰে দৰ্শকসকলক মুগ্ধ কৰি ৰাখিছে ৰাধিকাই।

Recent News

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd