• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাত ৰঙা কামিজ, হাতত ‘বেজ’, দিল্লীৰ ৰাজপথত ছুটকেছ লৈ ‘কুলী’ ৰাহুল

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 21, 2023 2:49 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

এইবাৰ কুলিৰ বেশত ৰাহুল গান্ধী। কংগ্ৰেছৰ সাংসদগৰাকীয়ে কুলিৰ সাজ পিন্ধি মূৰত ছুটকেছ লৈ দিল্লীৰ পথত খোজ কাঢ়িছিল। ৰঙা কাপোৰ পিন্ধি তেওঁ কুলীসকল বাবে নিৰ্দ্ধাৰিত পিতলৰ বেজো হাতত বান্ধিছিল। ৱেনাড়ৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে হাঁহি হাঁহি কিছু সময় বোজা কঢ়িয়াই নিছিল। তাৰ পিছত দিল্লীৰ আনন্দ বিহাৰৰ কুলীৰ লগত তেওঁক ভাৱ বিনিময় কৰা দেখা গ’ল।

উল্লেখ্য যে কংগ্ৰেছৰ সাংসদগৰাকীয়ে ইয়াৰ পূৰ্বেও ট্ৰাক চালক আৰু কৃষকৰ সৈতে কথা পাতিবলৈ গৈ  তেওঁলোকৰ কামত হাত ধৰা দেখা গৈছিল।

বৃহস্পতিবাৰে পুৱা দিল্লীৰ আনন্দ বিহাৰৰ আই এছ বি টিত উপস্থিত হয় ৰাহুলে। তাত উপস্থিত কুলীৰ দল এটাৰ লগত তেওঁ কথা পাতিবলৈ লয়।

কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কৰ্মক্ষেত্ৰত কি কি সমস্যা হৈছে সেই সম্পৰ্কে কুলীৰ সৈতে বহু সময় আলোচনা কৰে। ইয়াৰ পিছত কুলীৰ বাবে নিৰ্দিষ্ট ৰঙা কাপোৰ পিন্ধি লয়। হাতত বান্ধি লয় বেজ। উল্লেখ্য যে কুলিসকলে নিজৰ নম্বৰ মনত ৰাখিবলৈ এই পিতলৰ বেজটো হাতত বান্ধি লয়।

তাৰ পিছত এইদৰে আন কুলীবোৰৰ ভিৰৰ সৈতে আগুৱাই যাবলৈ ধৰে ৰাহুলে। তেওঁৰ সংগী কুলীসকলে ‘ৰাহুল গান্ধী জিন্দাবাদ’ৰ শ্লোগান দিয়ে।

ইয়াৰ পিছত নীলা ৰঙৰ ছুটকেছ এটা ৰাহুলৰ ফালে এজনে আগবঢ়াই দিয়ে। হাঁহি এটা মাৰি তেওঁ ছুটকেছটো মূৰত তুলি ল’লে। কংগ্ৰেছ সাংসদগৰাকীয়ে কিছু দূৰলৈ ছুটকেছটো কঢ়িয়াই লৈ যায়। সেই মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

जननायक राहुल गांधी जी आज दिल्ली के आनंद विहार रेलवे स्टेशन पर कुली साथियों से मिले।

पिछले दिनों एक वीडियो वायरल हुआ था जिसमें रेलवे स्टेशन के कुली साथियों ने उनसे मिलने की इच्छा जाहिर की थी।

आज राहुल जी उनके बीच पहुंचे और इत्मीनान से उनकी बात सुनी।

भारत जोड़ो यात्रा जारी है.. pic.twitter.com/QrjtmEMXmZ

— Congress (@INCIndia) September 21, 2023

কংগ্ৰেছে কৈছে যে কিছুদিন পূৰ্বে দিল্লীৰ কুলীসকলে ৰাহুলক লগ কৰিব বিচাৰিছিল। তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি ৰে’ল ষ্টেশ্যনলৈ গৈছিল কংগ্ৰেছৰ সাংসদগৰাকী।

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd