• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Karnataka Election result 2023: কৰ্ণাটকত ‘মুমকিন’ নহ’ল মোডী তন্ত্ৰ! নতুন মন্ত্ৰেৰে বাজীমাৎ ৰাহুলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2023 12:33 pm
Karnataka Election result 2023: কৰ্ণাটকত ‘মুমকিন’ নহ’ল মোডী তন্ত্ৰ! নতুন মন্ত্ৰেৰে বাজীমাৎ ৰাহুলৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আমিয়েই জয়ী হ’ম, কোনেও বাধা দিব নোৱাৰে।’ কৰ্ণাটকত ভাৰত জোড়ো যাত্ৰা আগবঢ়াৰ সময়তে ৰাজনৈতিক মহলৰ এটা অংশই এনে মন্তব্যত সঁহাৰি দিছিল। সেই নৱেম্বৰৰ পিছত এই মে’ মাহত কৰ্ণাটকত পোনে পোনে কংগ্ৰেছে যি দিশে আগবাঢ়িছে, তাত এই কথা মানি লোৱাত কোনো সংকোচ নাই যে ৰাহুল গান্ধীয়ে দক্ষিণৰ ৰাজ্যখনত নতুন সংজ্ঞা নিৰ্দ্ধাৰণত সফল হৈছে।

সময়ৰ বঢ়াৰ লগে লগে ফলাফলত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ব্যৱধানো বাঢ়িছে। কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি পাইছে। পৰিসংখ্যাই দেখুৱাইছে যে কাৰ্যতঃ স্থবিৰ হৈ পৰিছে মোডীৰ জয়ৰথ।

লগতে পঢ়ক: কৰ্ণাটকত ভোটগণনাৰ মাজতে বিজেপি কাৰ্যালয়লৈ যোৱা মুখ্যমন্ত্ৰী বোম্মাইৰ সন্মুখত সাপ!

কংগ্ৰেছৰ ভিতৰত ইয়াৰ সৰৱ চৰ্চা হ’ব তাত সন্দেহ নাই। শনিবাৰে পুৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে কংগ্ৰেছে এটা ভিডিঅ’ টুইট কৰি ৰাহুল গান্ধীয়ে ছিয়াৰ ‘আনষ্টপেবল’ গীত গোৱাৰ ভিডিঅ’ পোষ্ট কৰে। ডিচি কমিক্স চিনেমাত ৱাণ্ডাৰ উইমেনৰ বেকগ্ৰাউণ্ড স্কোৰ হিচাপে ছিয়াৰ গীতটো ব্যৱহাৰ কৰা হৈছিল। টুইটটোত লিখা আছে, ‘মই অপৰাজেয়, মই আত্মবিশ্বাসী আৰু আজি মই অপ্ৰতিৰোধ্য।’

শেহতীয়া ধাৰই কয় যে কংগ্ৰেছে বিজেপিৰ বিপৰীতে বহু আগবাঢ়িছে। ২২৪খন আসনৰ কৰ্ণাটক বিধানসভাত চৰকাৰ গঠনৰ বাবে ১১৩খন আসনৰ প্ৰয়োজন।  ভাৰত জোড়ো যাত্ৰাত ১৩৬ দিনত ১২ খন ৰাজ্যৰ মাজেৰে ৩৫৭০ কিলোমিটাৰ যাত্ৰা কৰিছিল ৰাহুলে।

I'm invincible

I'm so confident

Yeah, I'm unstoppable today 🔥 pic.twitter.com/WCfUqpNoIl

— Congress (@INCIndia) May 13, 2023

কৰ্ণাটকৰ হুবলী-ধাৰৱাদ কেন্দ্ৰীয় সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ জগদীশ ছেত্তাৰ। চিত্তপুৰত আগবাঢ়ি আছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গে।

অৱশ্যে ফলাফলৰ ধাৰাৰ পৰা অনুমান কৰিব পাৰি যে সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহিব কংগ্ৰেছ। ফলাফলৰ দিনটোৰ আৰম্ভণিৰে পৰা কংগ্ৰেছ আগবাঢ়ি আছে। গতিকে, নিৰ্বাচনী প্ৰচাৰত হিন্দুত্ববাদী অস্ত্ৰৰে ইখনৰ পিছত সিখনকৈ সভা পাতিলেও মোডীৰ যাদুই কাম কৰা নাই বুলি আজি স্পষ্ট হৈ পৰিছে। প্ৰচাৰৰ শেষৰ দহ দিনত ১৭খন সভা অনুষ্ঠিত কৰিছিল মোডীয়ে। কমেও ১০ টা ৰোড শ্ব’ কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহো বাদ পৰা নাছিল।

লগতে পঢ়ক: Karnataka Election Result 2023: পুৱাই ১০০তকৈয়ো অধিক আসনত অগ্ৰগতি! কংগ্ৰেছত আনন্দৰ লহৰ

কিন্তু ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱ ৰৈ গ’ল। নিজৰ ৰাজনৈতিক চৰিত্ৰ সলনি কৰি নতুন অৱতাৰৰ ৰূপত ধৰা দিলে ৰাহুলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : গৌৰৱ গগৈ

অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : গৌৰৱ গগৈ

August 29, 2025 10:16 pm
চোৰ বুলি সন্দেহ : গুগল মেপৰ জৰীপ কৰিবলৈ গৈ যোগীৰাজ্যত মাৰ খালে গুগলৰ কৰ্মচাৰীয়ে

চোৰ বুলি সন্দেহ : গুগল মেপৰ জৰীপ কৰিবলৈ গৈ যোগীৰাজ্যত মাৰ খালে গুগলৰ কৰ্মচাৰীয়ে

August 29, 2025 9:37 pm
কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা মন্ত্ৰী অশোক সিংহলৰ! এই মন্তব্যৰ বাবে ক্ষমা খোজাৰ দাবী দেৱব্ৰত শইকীয়াৰ

কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা মন্ত্ৰী অশোক সিংহলৰ! এই মন্তব্যৰ বাবে ক্ষমা খোজাৰ দাবী দেৱব্ৰত শইকীয়াৰ

August 29, 2025 9:32 pm
ৰাজ্যিক শক্তি দক্ষতা সূচকাংক ২০২৪ত  শীৰ্ষত ত্ৰিপুৰা আৰু অসম

ৰাজ্যিক শক্তি দক্ষতা সূচকাংক ২০২৪ত  শীৰ্ষত ত্ৰিপুৰা আৰু অসম

August 29, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : গৌৰৱ গগৈ

অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : গৌৰৱ গগৈ

August 29, 2025 10:16 pm
চোৰ বুলি সন্দেহ : গুগল মেপৰ জৰীপ কৰিবলৈ গৈ যোগীৰাজ্যত মাৰ খালে গুগলৰ কৰ্মচাৰীয়ে

চোৰ বুলি সন্দেহ : গুগল মেপৰ জৰীপ কৰিবলৈ গৈ যোগীৰাজ্যত মাৰ খালে গুগলৰ কৰ্মচাৰীয়ে

August 29, 2025 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd