• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত হওক, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক: ৰাইজৰ দল

শিলালিপি নহয়, আধুনিক যুগৰ চাণক্যৰ বংশবৃক্ষ বিচাৰি পাব কৰ্পৰেট এফেয়াৰ্ছৰ ৱেবছাইটতহে: ৰাছেল হুছেইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2023 7:32 am
ৰাইজৰ দলৰ সংবাদমেল। ফাইল ফটো।

ৰাইজৰ দলৰ সংবাদমেল। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা আগশাৰীৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদ মাধ্যমত প্ৰকাশিত হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পৰিয়াল আৰু ব্যৱসায়িক বন্ধুৰ কেলেংকাৰীৰ বাতৰিৰ আধাৰত দেওবাৰে ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলে।

ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে এটি বিশেষ কেলেংকাৰীৰ বিৱৰণ দি কয় যে ২০২১ চনৰ ৪ নৱেম্বৰত গুৱাহাটীৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰ উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

ফ্লাই অভাৰখনৰ উদ্বোধনী অনুষ্ঠান জাকজমকতাৰে নবেম্বৰতে আয়োজন কৰি ৫ মাহ পাছত অৰ্থাৎ ৯ মাৰ্চত, ২০২২ ত নিবিদাৰ জাননী প্ৰকাশ পোৱাত আশ্চৰ্য্য প্ৰকাশ কৰে হুছেইনে।

লগতে পঢ়ক: উদ্বোধনী অনুষ্ঠানৰ নিবিদা আহ্বানৰ পূৰ্বেই উদ্বোধন হৈছিল দিছপুৰ উৰণীয়া সেতু! প্ৰতিবেদনত পোহৰলৈ আন এক চাঞ্চল্য

পাছত সম্পূৰ্ণ আইন বৰ্হিভূতভাৱে কেৱল ডকুমেন্টশ্বনৰ বাবে হৈ যোৱা এটা কামৰ বাবে ৱ্ৰক অৰ্ডাৰ দিয়া হয় ‘ড্ৰিম এমেজ’ নামৰ প্ৰতিষ্ঠানটোক। উল্লেখযোগ্য যে ড্ৰিম এমেজৰ স্বত্বাধিকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন  প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক ভাস্কৰ শৰ্মা যিজন ভাস্কৰ শৰ্মা তিনিচুকীয়াৰ মাকুমত থকা চান্দমাৰী টি ইষ্টেটৰো সঞ্চালক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লোকনিৰ্মাণ বিভাগৰো মন্ত্ৰী হোৱা হেতুকে এই কাণ্ডত হিমন্ত বিশ্ব শৰ্মা পোনপটীয়াকৈ জগৰীয়া বুলি উল্লেখ কৰে ৰাছেল হুছেইনে। তেওঁ ড্ৰিম এমেজৰ নামত লোক নিৰ্মাণ বিভাগৰ আৰু কিমান ঠিকাৰ এনেদৰে আবন্টন দিয়া বুলিও প্ৰশ্ন কৰে।

ৰাছেল হুছেইনে সমস্ত নেক্সাছ উদঙাই দি কয়, তিনিচুকীয়াৰ চান্দমাৰী চাহ বাগিচাৰ বিনিয়োগকাৰী ডি এছ গ্ৰহ নিৰ্মাণ নামৰ কোম্পানীৰো সঞ্চালক ভাস্কৰ শৰ্মা।  মুখ্যমন্ত্ৰীৰ মাতৃ ডি এছ গ্ৰহ নিৰ্মাণৰ পূৰ্বৰ সঞ্চালক হোৱাৰ বিপৰীতে আকৌ বৰ্তমান ডি এছ গ্ৰহ নিৰ্মাণত আছে মুখ্যমন্ত্ৰীৰ শাহুৰ ২৮ লাখ টকাৰ শ্বেয়াৰ।

লগতে পঢ়ক:খালীস্তানী গোটৰ ভাবুকি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা বৃদ্ধি

 উল্লেখযোগ্য যে ডি এছ গ্ৰহৰ কলকাতাৰ বৌ বাজাৰৰ ঠিকনাৰ পৰা কোম্পানীৰ কাম কাজ চলাৰ কোনো প্ৰমাণ নাই।এই সন্দেহজনক  ডি এছ গ্ৰহ নিৰ্মাণতো আছে কলকাতাৰ ৫১ টা সন্দেহজনক কোম্পানীৰ ৫ কোটি ১৮ লাখ টকাৰ বিনিয়োগ। একেবোৰ কোম্পানীয়ে ভূমি কেলেংকাৰী সংঘটিত কৰা আৰ বি এছ আৰু এসময়ত মুখ্যমন্ত্ৰীৰ পিতৃ আৰু পত্নী সঞ্চালক হিচাপে থকা আৰু বৰ্তমান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী অশোক ধানুকা সঞ্চালক হিচাপে থকা পদ্মাৱতী ট্ৰেডাৰছতো কোটি কোটি টকাৰ ধন বিনিয়োগ কৰিছিল।

এই জালখন ফাদিল হোৱাত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে প্ৰাচীন কালৰ চাণক্যৰ বংশবৃক্ষ বিচাৰিব লগীয়া হৈছিল শিলালিপিত, কিন্তু এই আধুনিক যুগৰ চাণক্যৰ বংশবৃক্ষ বিচাৰিব লগীয়া হৈছে কৰ্পৰেট এফেয়াৰ্ছৰ ৱেবছাইটত।

লগতে পঢ়ক:শিক্ষাৰ্থীক ‘প্ৰেম-ৰোমাঞ্চ’ কৰাৰ বাবে এসপ্তাহৰ ছুটী চীনৰ কলেজৰ! হঠাৎ কিয় এই সিদ্ধান্ত?

ৰাইজৰ দলে এই নিবিদা  কেলেংকাৰীৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে। লগতে ED ৰ জৰিয়তে বিভিন্ন অস্তিত্বহীন কোম্পানীৰ বিনিয়োগৰ বিষয়টোৰ তদন্তৰ দাবী জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd