• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ৰাইজৰ দলৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 24, 2025 12:16 pm
170
VIEWS
Share on FacebookShare on Twitter

অসমত এক কোটি বাংলাদেশী মুছলমান আছে বুলি কোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। অতি শীঘ্ৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে।

এই দাবী ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামৰ।

বিজেপি চৰকাৰে অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা NRC ৰ কামটোও শুদ্ধকৈ সম্পূৰ্ণ কৰাৰ সাহস কিয় দেখুওৱাব পৰা নাই বুলিও প্ৰশ্ন কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে।

মৌলিক সমস্যাবোৰৰ পৰা জনগণৰ দৃষ্টি আঁতৰাই ৰাখি অমানৱীয় উচ্ছেদ আৰু বিদেশী সমস্যাৰ নামত ধৰ্মীয় উন্মাদনা আৰু সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ নিৰ্বাচনী বৈতৰনী পাৰ কৰিব বিচাৰিছে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে।

Recent News

দেশৰ অৰ্থনৈতিক সমৃদ্ধিৰ ক্ষেত্ৰত নতুন সম্ভাৱনা! পশ্চিম বংগত বিশাল তেল আৰু গেছৰ ভাণ্ডাৰ আৱিষ্কাৰ

দেশৰ অৰ্থনৈতিক সমৃদ্ধিৰ ক্ষেত্ৰত নতুন সম্ভাৱনা! পশ্চিম বংগত বিশাল তেল আৰু গেছৰ ভাণ্ডাৰ আৱিষ্কাৰ

পৰ্ণগ্ৰাফিক কন্টেন্ট দেখুওৱাৰ অভিযোগত চৰকাৰে বন্ধ কৰিলে উল্লুকে ধৰি ২৫টা এপ আৰু ৱেবছাইট

পৰ্ণগ্ৰাফিক কন্টেন্ট দেখুওৱাৰ অভিযোগত চৰকাৰে বন্ধ কৰিলে উল্লুকে ধৰি ২৫টা এপ আৰু ৱেবছাইট

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰৰ ২৯ জন এপিএছচি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰৰ ২৯ জন এপিএছচি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

নৰেন্দ্ৰ মোদীৰ ‘সুশাসন’ৰ ফল! পাঁচ বছৰত প্ৰায় ৯ লাখ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

নৰেন্দ্ৰ মোদীৰ ‘সুশাসন’ৰ ফল! পাঁচ বছৰত প্ৰায় ৯ লাখ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd