• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ শাসনলৈ অনাৰ কথা ভাবিলে আগতে গছৰ পাত চোবাই ভোক নিবাৰণ কৰিবলৈ শিকিব লাগিব অসমীয়া জাতিয়ে – ৰাইজৰ দল

মূল্যবৃদ্ধিৰ প্ৰতিবাদত দিছপুৰ কঁপালে ৰাইজৰ দলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 7:38 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে আজি ৩ জুলাই ২০২৩ তাৰিখে গুৱাহাটী মহানগৰীৰ গণেশগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বৰে পৰা প্ৰতিবাদস্থলীত সষ্টম হৈ থাকে শতাধিক আৰক্ষী। অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীৰ মূৰত ৰাম টাঙোন শোধোৱাৰ অভিযোগ তুলি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী তুলি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।

উল্লেখযোগ্য যে প্ৰতিবাদ আৰম্ভ কৰাৰ লগে লগেই প্ৰতিবাদকাৰী সকলক আটক কৰি চচললৈ লৈ আহে সষ্টম আৰক্ষী বাহিনীয়ে। 

বিজেপিক ভোট দি এতিয়া কপাল চপৰিয়াই মৰো” , “সমানে সমানে কৰিবা কাজ , তিনি গগৈৰ লগত হাৰি নকৰিবা লাজ” ,”যি ৰাজ্যত নুগুছে কন্দল, সেই ৰাজ্যত নুফুলে কমল” , “তুলসীৰ তলে তলে মৃগ পহু চৰে ,বিজেপি চৰকাৰে ৰাইজৰ তেজ শুহি খালে” , “আমদালি গাঁঠিছে মূল্যবৃদ্ধি কৰিছে , মামাৰ চৰকাৰে জনতাৰ ওপৰত ৰাম টাঙোন শোধাইছে” , “ঢাপলিকা চৰায়ে ঢাপে ঢাপে বগালে , বিজেপি চৰকাৰে জনতাক ৰাম টাঙোন শোধালে” , “বহুত হ’ল ৰাইজৰ ওপৰত মূল্যবৃদ্ধিৰ মাধমাৰ এতিয়াও কিয় শুই আছা মোডী-মামাৰ চৰকাৰ???” আদি শ্ল’গানেৰে গণেশগুৰিৰ লগতে চচলৰ প্ৰতিবাদস্থলীও উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।

উপ আৰক্ষী আয়ুক্ত হিমাংশু দাসে জাতীয় যুৱ বাহিনীৰ সভাপতিৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd