• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত সমষ্টিত ‘ৰাইজৰ দল’ৰ আহ্বায়ক সমিতি গঠন : অচিৰেই ঘোষণা হ’ব দলীয় প্ৰাৰ্থী

উত্তম শইকীয়া by উত্তম শইকীয়া
November 10, 2020 5:04 pm
IMG-20201110-WA0010~2(1)
308
VIEWS
Share on FacebookShare on Twitter

অসম গন পৰিষদ এতিয়া ম্যাদ উকলা দল৷

আগন্তুক বিধান সভা নিৰ্বাচনত বোকাখাত সমষ্টিৰ পৰা দলটোৰ সভাপতিক বোকাখাতৰ পৰাই নহয় অসমৰে পৰাই উচ্ছেদ কৰিব অসমৰ ৰাইজে৷

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰে গঠিত ‘ৰাইজৰ দল’ৰ আজি বোকাখাত আয়োজিত এক সভাত এই দৰে মন্তব্য কৰে দলটোৰ ৰাজ্যিক আহ্বায়ক প্ৰবীন দাসে৷

আজি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আয়োজিত বিশেষ সভাত ৰাইজৰ দলৰ বোকাখাত বিধান সভা সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয়৷

গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ধৰ্মেশ্বৰ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাইজৰ দলৰ গোলাঘাট জিলাৰ আহ্বায়ক ৰতন দাৱে৷

সভাত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক প্ৰবীন দাস আৰু ধ্ৰুৱ ভৰালী, ৰাইজৰ দলৰ গোলাঘাট জিলাৰ মুখ্য আহ্বায়ক ৰতন দাৱ, প্ৰাঞ্জল গগৈ আৰু বিদ্যুৎ মহন্ত, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়াৰ উপৰিও এন চি পিৰ নেতা মৃদুল শইকীয়া উপস্থিত থাকি ভাষণ প্ৰদানক কৰে৷

বোকাখাত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতিত ৩০ জন ব্যক্তিক মুখ্য আহ্বায়ক হিচাপে লৈ ‘ৰাইজৰ দল’ৰ ১০১ জনীয়া বোকাখাত সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয় ৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd