• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মহিলাক ফ্লায়িং কিছ দি হিমন্ত বিশ্ব শৰ্মাই নিৰ্লজ্জ কাণ্ড কৰিলে”

হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ দলত যোগদান কৰিবলৈ ঘনশ্যাম নাথৰ আহ্বান

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
April 2, 2021 3:07 pm
a himu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি এটা ব্যক্তিগত টেলিভিছন চেনেলত আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ পৃষ্ঠপোষকতাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ জন্ম হোৱা বুলি দাবী কৰাৰ পাছতে তেওঁক উভতি ধৰিছে ৰাইজৰ দলৰ নেতৃত্বই।

এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ উপদেষ্টা সীতানাথ লহকৰে হিমন্তক কটাক্ষ কৰি কয় “হিমন্ত বিশ্ব শৰ্মা বহুত হতাশ হৈছে।নিৰ্বাচনৰ পাছত তেওঁৰ অৱস্থা বহু বেয়া হব সেইবাবে তেওঁ বলিয়াৰ দৰে যিটি  বকিবলৈ আৰম্ভ কৰিছে।‘

যদি ৰাইজৰ দল বিজেপিৰ B Team আছিল তেনেহলে আগতেই ৰাইজৰ আগত প্ৰকাশ কৰিব লাগিছিল বুলি দাবী কৰে লহকৰে।

তেওঁ কয় ‘এনেকৈ লুকাই থোৱাৰ কি প্ৰয়োজন আছিল? হিমন্ত বিশ্ব শৰ্মাই মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে।  তেওঁ যিকেইখন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাইছে তেওঁৰ এই প্ৰচাৰে বিজেপি দলৰ বাবে ক্ষতিহে কৰিছে।‘

‘মহিলাক ফ্লায়িং কিছ দি হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্লজ্জ কাণ্ড কৰিছে সেয়া কোনো কাৰণতেই গ্রহণযোগ্য নহয়। আমাৰ সমাজ বা সভ্যতাত এইবোৰ সংস্কৃতিৰ প্ৰচলন নাই। অসমৰ মানুহ শালীন, ভদ্ৰ আৰু সভ্যতা কি বস্তু বুজি পায়। তেওঁ যিহেতু ৰাইজৰ দলৰ প্ৰগতি দেখিছে সেইবাবে তেওঁ এইবোৰ কাম কৰিবলৈ আৰম্ভ কৰিছে।‘ লহকৰে হিমন্তক কটাক্ষ কৰি এইদৰে কয়।

ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ দলত যোগদান কৰিবলৈ মুকলি আহ্বান জনায় ৰাইজৰ দলৰ উপদেষ্টা  ঘনশ্যাম নাথে।

উক্ত সংবাদমেলতে মন্ত্ৰী পিযুষ হাজৰিকাই সাংবাদিকক কৰা অশালীন ব্যৱহাৰক ৰাইজৰ দলে তীব্ৰ গৰিহণা দিয়ে আৰু নিৰ্বাচনী বিষয়াক পীযুষ হাজৰিকাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় সীতানাথ লহকৰে।

আনহাতে, একেখন সংবাদমেলতে বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছ মহাজোঁটৰ দুগৰাকী প্ৰাৰ্থীক মুকলি সমৰ্থন জনাব বুলিও তেওঁলোকে সদৰী কৰে।

বিজেপিক দিছপুৰৰ পৰা উৎখাত কৰিবলৈ দিছপুৰ সমষ্টি আৰু সৰভোগ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী মনজিত মহন্ত আৰু মনোৰঞ্জন তাকলুদাৰক সমৰ্থন জনাইছে বুলিও ৰাইজৰ দলৰ নেতাগাকীয়ে মন্তব্য কৰে।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd