• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মহিলাক ফ্লায়িং কিছ দি হিমন্ত বিশ্ব শৰ্মাই নিৰ্লজ্জ কাণ্ড কৰিলে”

হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ দলত যোগদান কৰিবলৈ ঘনশ্যাম নাথৰ আহ্বান

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
April 2, 2021 3:07 pm
a himu
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি এটা ব্যক্তিগত টেলিভিছন চেনেলত আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ পৃষ্ঠপোষকতাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ জন্ম হোৱা বুলি দাবী কৰাৰ পাছতে তেওঁক উভতি ধৰিছে ৰাইজৰ দলৰ নেতৃত্বই।

এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ উপদেষ্টা সীতানাথ লহকৰে হিমন্তক কটাক্ষ কৰি কয় “হিমন্ত বিশ্ব শৰ্মা বহুত হতাশ হৈছে।নিৰ্বাচনৰ পাছত তেওঁৰ অৱস্থা বহু বেয়া হব সেইবাবে তেওঁ বলিয়াৰ দৰে যিটি  বকিবলৈ আৰম্ভ কৰিছে।‘

Apply Now

যদি ৰাইজৰ দল বিজেপিৰ B Team আছিল তেনেহলে আগতেই ৰাইজৰ আগত প্ৰকাশ কৰিব লাগিছিল বুলি দাবী কৰে লহকৰে।

তেওঁ কয় ‘এনেকৈ লুকাই থোৱাৰ কি প্ৰয়োজন আছিল? হিমন্ত বিশ্ব শৰ্মাই মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে।  তেওঁ যিকেইখন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাইছে তেওঁৰ এই প্ৰচাৰে বিজেপি দলৰ বাবে ক্ষতিহে কৰিছে।‘

‘মহিলাক ফ্লায়িং কিছ দি হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্লজ্জ কাণ্ড কৰিছে সেয়া কোনো কাৰণতেই গ্রহণযোগ্য নহয়। আমাৰ সমাজ বা সভ্যতাত এইবোৰ সংস্কৃতিৰ প্ৰচলন নাই। অসমৰ মানুহ শালীন, ভদ্ৰ আৰু সভ্যতা কি বস্তু বুজি পায়। তেওঁ যিহেতু ৰাইজৰ দলৰ প্ৰগতি দেখিছে সেইবাবে তেওঁ এইবোৰ কাম কৰিবলৈ আৰম্ভ কৰিছে।‘ লহকৰে হিমন্তক কটাক্ষ কৰি এইদৰে কয়।

ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ দলত যোগদান কৰিবলৈ মুকলি আহ্বান জনায় ৰাইজৰ দলৰ উপদেষ্টা  ঘনশ্যাম নাথে।

উক্ত সংবাদমেলতে মন্ত্ৰী পিযুষ হাজৰিকাই সাংবাদিকক কৰা অশালীন ব্যৱহাৰক ৰাইজৰ দলে তীব্ৰ গৰিহণা দিয়ে আৰু নিৰ্বাচনী বিষয়াক পীযুষ হাজৰিকাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় সীতানাথ লহকৰে।

আনহাতে, একেখন সংবাদমেলতে বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছ মহাজোঁটৰ দুগৰাকী প্ৰাৰ্থীক মুকলি সমৰ্থন জনাব বুলিও তেওঁলোকে সদৰী কৰে।

বিজেপিক দিছপুৰৰ পৰা উৎখাত কৰিবলৈ দিছপুৰ সমষ্টি আৰু সৰভোগ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী মনজিত মহন্ত আৰু মনোৰঞ্জন তাকলুদাৰক সমৰ্থন জনাইছে বুলিও ৰাইজৰ দলৰ নেতাগাকীয়ে মন্তব্য কৰে।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd