শোণিতপুৰ জিলাৰ ৰঙাপাৰাত এখন যাত্ৰীবাহী ৰে’লৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰে ৰে’ল সুৰক্ষা বাহিনীয়ে।
নিয়মীয়া পৰীক্ষাৰ সময়ত ৰঙিয়া-মুৰকংচেলেক যাত্ৰীবাহী ৰে’লৰ পৰা ৩১.৫ কেজি ওজনৰ গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়উে।
জব্দ কৰা গাঞ্জাৰ আনুমানিক বজাৰ মূল্য ৩ লাখ টকাৰো অধিক বুলি জানিব পৰা গৈছে।
কৰ্তৃপক্ষই সন্দেহ কৰা মতে গাঞ্জাখিনি যাত্ৰীবাহী ৰে’লত তুমি পঠিয়াই দিয়া হৈছিল।
ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।