• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2025 4:54 pm
বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণেশগুৰি-হাতীগাঁও, গণেশগুৰি-বেলতলা সংযোগী পথ বানৰ কৱলত পৰিছে। বানৰ ফলত ৰাস্তাতে আৱদ্ধ হৈ পৰিছে যান-বাহন। জি এছ ৰোড, এটি ৰোড, ভৱেন্দ্ৰ নাথ শইকীয়া পথ, হৰিদেৱ পথ, পণ্ডিত দীনদয়াল উপধ্যায় পথ, একে আজাদ ৰোড, একে দেৱ ৰোড, বি বৰুৱা ৰোড, মণিৰাম দেৱান পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে।

দুপৰীয়াৰ এজাক বৰষুণৰ পাছতে গুৱাহাটীত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। খানাপাৰা-জালুকবাৰী সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ পৰিস্থিতি।

বৰাগাঁও, বেহাৰবাৰী, নালাপাৰাত ভয়ংকৰ বানৰ সৃষ্টি হৈছে। বানৰ বাবে ৰাজপথত বিকল কেইবাখনো বাহন।

ৰাষ্ট্ৰীয় ঘাইপথতে বলেৰ’, ইন’ভাকে ধৰি কেইবাখনো বাহন ডুব গৈছে বানত। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পৰ্যন্ত পানী। বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত হৈছে তীব্ৰ যান-জঁট।

এজাক বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথছোৱা। উল্লেখ্য যে, লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথত চলি আছে উৰণ সেতুৰ নিৰ্মাণ কাৰ্য।

বুধবাৰৰ পৰা বানত কৱলত থকা থকা ৰুক্মিণীগাঁৱত আজিৰ বৰষুণৰ পিছতে বৃদ্ধি পাইছে পানী। পাঞ্জাবাৰী, অনিল নগৰত বৃদ্ধি পাইছে পানী। মুঠতে গুৱাহাটীত পথ-উপপথত এতিয়া সাগৰ সদৃশ পৰিস্থিতি সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

August 28, 2025 5:19 pm
বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!

বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!

August 28, 2025 4:54 pm
ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

August 28, 2025 4:05 pm
অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

August 28, 2025 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

August 28, 2025 5:19 pm
বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!

বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!

August 28, 2025 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd