• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰাইজৰ দলৰ বাবে নহয়, দুৰ্বল ৰণনীতিৰ বাবেই পৰাজিত হৈছে কংগ্ৰেছ’; ভাস্ক’ ডি শইকীয়া

এটা সমষ্টিত কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ ৰাইজৰ দলৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 4, 2021 7:53 pm
297f6a87-3882-4579-b17d-18099ed291f6(1)
552
VIEWS
Share on FacebookShare on Twitter

মহাজোটৰ পৰাজয়ৰ কাৰণ ৰাইজৰ দল নহয় বুলি এক সংবাদমেল যোগে দাবী কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই।

কংগ্ৰেছ দলৰ জাতীয়তাবাদী শক্তিক কৰা উপেক্ষা কাৰণেহে পৰাজয় হৈছে বুলি দাবী কৰি শইকীয়াই কয় ‘কংগ্ৰেছৰ ৰণনীতিত বহুত ভুল আছিল আৰু নেতৃত্বৰ ভুলৰ বাবেই তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলে।‘

ইপিনে, ১২৬ টা সমষ্টিৰ ভিতৰত কেৱল ৩৮ টা সমষ্টিতহে ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল বুলি উল্লেখ কৰি শইকীয়াই লগতে কয় ‘বাকী ৮৮ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে জয়ী হৈ চৰকাৰ গঠন কৰিব নোৱাৰিলে কিয়? তেওঁলোকে ৯৩ আসনত প্ৰতিদ্বন্দ্বিতা কৰি কেৱল ২৯ খন আসনহে লাভ কৰিছে।‘

ইপিনে, শইকীয়াৰ দাবী ‘মৰিয়নি সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব উঠাই লৈ ৰাইজৰ দলে কংগ্ৰেছক সমষ্টি দুটা উপহাৰ দিলে।‘

তদুপৰি, ৰাইজৰ দলে কংগ্ৰেছৰ ৰাজনৈতিক পথ প্ৰশস্ত কৰি দিছিল বুলি তেওঁ উল্লেখ কৰে।

টিয়ক সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী নথকা হলে কংগ্ৰেছ জয়ী হ’লহেঁতেন বুলি ভাস্ক’ডি শইকীয়াই প্ৰশ্ন কৰে।

ইপিনে, ৰাইজৰ দলে দেখ দেখ কৈ নাওবৈছা, থাওৰা, মৰিয়নী আৰু বৰক্ষেত্ৰী মুঠ ৪ টা সমষ্টি কংগ্ৰেছক উপহাৰ দিছে বুলি উল্লেখ কৰি লগতে কয় ‘কংগ্ৰেছৰ ভুল ৰণনীতি কৰি এতিয়া আনলৈ দোষ ঠেলি দিছে। কংগ্ৰেছক কোনো ৰাজ্যই এতিয়া বিশ্বাসত ল’ব পৰা নাই।‘

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd