• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰাইজৰ দলৰ বাবে নহয়, দুৰ্বল ৰণনীতিৰ বাবেই পৰাজিত হৈছে কংগ্ৰেছ’; ভাস্ক’ ডি শইকীয়া

এটা সমষ্টিত কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ ৰাইজৰ দলৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 4, 2021 7:53 pm
297f6a87-3882-4579-b17d-18099ed291f6(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাজোটৰ পৰাজয়ৰ কাৰণ ৰাইজৰ দল নহয় বুলি এক সংবাদমেল যোগে দাবী কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই।

কংগ্ৰেছ দলৰ জাতীয়তাবাদী শক্তিক কৰা উপেক্ষা কাৰণেহে পৰাজয় হৈছে বুলি দাবী কৰি শইকীয়াই কয় ‘কংগ্ৰেছৰ ৰণনীতিত বহুত ভুল আছিল আৰু নেতৃত্বৰ ভুলৰ বাবেই তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলে।‘

Apply Now

ইপিনে, ১২৬ টা সমষ্টিৰ ভিতৰত কেৱল ৩৮ টা সমষ্টিতহে ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল বুলি উল্লেখ কৰি শইকীয়াই লগতে কয় ‘বাকী ৮৮ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে জয়ী হৈ চৰকাৰ গঠন কৰিব নোৱাৰিলে কিয়? তেওঁলোকে ৯৩ আসনত প্ৰতিদ্বন্দ্বিতা কৰি কেৱল ২৯ খন আসনহে লাভ কৰিছে।‘

ইপিনে, শইকীয়াৰ দাবী ‘মৰিয়নি সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব উঠাই লৈ ৰাইজৰ দলে কংগ্ৰেছক সমষ্টি দুটা উপহাৰ দিলে।‘

তদুপৰি, ৰাইজৰ দলে কংগ্ৰেছৰ ৰাজনৈতিক পথ প্ৰশস্ত কৰি দিছিল বুলি তেওঁ উল্লেখ কৰে।

টিয়ক সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী নথকা হলে কংগ্ৰেছ জয়ী হ’লহেঁতেন বুলি ভাস্ক’ডি শইকীয়াই প্ৰশ্ন কৰে।

ইপিনে, ৰাইজৰ দলে দেখ দেখ কৈ নাওবৈছা, থাওৰা, মৰিয়নী আৰু বৰক্ষেত্ৰী মুঠ ৪ টা সমষ্টি কংগ্ৰেছক উপহাৰ দিছে বুলি উল্লেখ কৰি লগতে কয় ‘কংগ্ৰেছৰ ভুল ৰণনীতি কৰি এতিয়া আনলৈ দোষ ঠেলি দিছে। কংগ্ৰেছক কোনো ৰাজ্যই এতিয়া বিশ্বাসত ল’ব পৰা নাই।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd