• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জুৱাৰ গোচৰত ৰণবীৰ কাপুৰক চমন ইডিৰ! জালত পৰিব পাৰে আৰু কেইবাজনো তাৰকা 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2023 9:20 pm
4.3k
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰক চমন বলবৎকাৰী সঞ্চালকালয়ৰ ।  এটা  জুৱাৰ গোচৰৰ তদন্ততৰ বাবে ৬ অক্টোবৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে অভিনেতাগৰাকীক। 

সূত্ৰ অনুসৰি ৰণবীৰ কাপুৰে এই এটা বাজি অৰ্থাৎ জুৱাৰ এপ্লিকেশ্যন প্ৰচাৰ কৰিছিল। কেৱল সেয়াই নহয়, এই এপটোৰ অন্যতম স্বত্বাধিকাৰী সৌৰভ চন্দ্ৰকাৰৰ বিবাহ অনুষ্ঠানতো ৰণবীৰ উপস্থিত আছিল বুলি অভিযোগ উঠিছে। 

ডিচেম্বৰ মাহত মুক্তি পাব ৰণবীৰৰ ছবি ‘এনিমেল’। তাৰ আগতেই ৰণবীৰলৈ ফোন আহিল  ইডিৰ । 

সূত্ৰ অনুসৰি ইডিৰ দৃষ্টি আছে বলীউডৰ কমেও ১৭ গৰাকী অভিনেতা-অভিনেত্ৰীক। এই গোচৰৰ সৈতে তেওঁলোকো জড়িত বুলি অভিযোগ উত্থাপন হৈছে। প্ৰয়োজনত তেওঁলোককো ইডিয়ে চমন জাৰী কৰাৰ সম্ভাৱনা আছে।

কাৰ্ড, ক্ৰিকেট, বেডমিণ্টন, টেনিছ, ফুটবল আদি বিভিন্ন লাইভ গেমৰ অবৈধ বাজিৰ মঞ্চ হিচাপে প্ৰস্তুত কৰা হৈছিল মহাদেৱ নামৰ Online Betting App। আনকি এই এপটোৱে ভাৰতৰ বিভিন্ন নিৰ্বাচনত বাজি ধৰাৰ সুবিধাও দিছিল। 

এই এপটোত টিন পট্টি, ড্ৰেগন টাইগাৰ, ভাৰ্চুৱেল ক্ৰিকেট গেমৰ দৰে কিছুমান কাৰ্ড গেমো খেলিব পাৰি।  ইডিয়ে সন্দেহ প্ৰকাশ কৰিছে যে এপটোৰ মালিকসকল পাকিস্তানৰ সৈতে জড়িত। 

কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত এই বেটিং কোম্পানীয়ে নিজৰ নেটৱৰ্ক বিস্তাৰ কৰিছে। গতিকে ইডিয়ে নিজৰ তদন্তত বিভিন্ন দেশৰ তদন্তকাৰী সংস্থাৰ সহায় ল’ব পাৰে।

Recent News

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd