• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্নীতিৰ অভিযোগত নিলম্বিত বনাঞ্চলিক বিষয়া

ছফিকুল আহমেদ by ছফিকুল আহমেদ
December 28, 2019 7:10 am
No-1140x570

প্ৰতিনিধিত্বমূলক ফটো

329
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বনবিভাগে দুৰ্নীতিৰ অভিযোগত গোৱালপাৰা বন সংমণ্ডলৰ অধীনৰ কৃষ্ণাই কেন্দ্ৰীয় বনাঞ্চলৰ বনাঞ্চলিক বিষয়া (ৰেঞ্জাৰ) জুলফিকৰ আলমক নিলম্বিত কৰিছে।

অভিযোগ অনুসৰি আলমে ব্যক্তিগত স্বাৰ্থত বন সম্পদ ধ্বংস কৰআৰ লগতে আৰ্মছ এক্ট ১৯৫৯ ভংগ কৰিছিল।

পৰিবেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব আৰ কে মজুমদাৰে ২০ ডিচেম্বৰত FRE.100/2019/32 নম্বৰৰ এক নিৰ্দেশ যোগে বিষয়াগৰাকীক নিলম্বিত কৰে আৰু বৃহস্পতিবাৰে সন্ধিয়া এই কথা পোহৰলৈ আহে।

নিৰ্দেশটোত কোৱা হৈছে যে গোৱালপাৰাৰ মাণ্ডলিক বন বিষয়া (ডিএফ অ’)ৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আৰ্মছ এক্ট ১৯৫৯’ৰ “চৰকাৰী কৰ্তব্যৰ প্ৰতি অৱহেলা আৰু আইন ভংগৰ’ বাবে আলমক দায়ী কৰা হৈছে।

নিৰ্দেশটোৰ জৰিয়তে আলমক “ বেআইনী কাৰ্য নিয়ন্ত্ৰণ, বন তথা বনজ সম্পদ ধ্বংস কৰাৰ বাবে বেআইনী কাৰ্যকলাপ চলোৱা চোৰাং কাৰবাৰীৰ লগত প্ৰত্যক্ষ সম্পৰ্ক ৰক্ষাৰে তেওঁৰ ইচ্ছাকৃত অৱহেলাৰ’ বাবে দায়বদ্ধ কৰা হৈছে।

বনাঞ্চলিক বিষয়াৰ পৰ্যায়ৰ এগৰাকী বিষয়াৰ নিলম্বনে বন বিষয়াসকলৰ মাজত চলি থকা দুৰ্নীতিৰ স্বৰূপ উদঙাই দিয়াৰ লগতে সমাজ বিৰোধী শক্তিৰ সৈতে তেওঁলোকৰ হলিগলিৰ কথাও পোহৰলৈ আনিছে।

ইপিনে, গোৱালপাৰা জিলাত বন্যহস্তীৰ উপদ্ৰৱ এতিয়াও অব্যাহত আছে।

শুকুৰবাৰে পুৱা দুটা বনৰীয়া হাতীয়ে কৃষ্ণাইৰ ডামাছ এল পি স্কুলৰ পাকঘৰৰ দেৱাল ভঙাৰ লগতে শিশু খাদ্য, মধ্যাহ্ন ভোজনৰ চাউল তথা শাক পাচলি লণ্ডভণ্ড কৰে।

Recent News

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd