• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঞ্জি ট্ৰফী : আজিৰ পৰা বৰ্ষাপাৰাত অসম-হাৰিয়ানাৰ মেচ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2018 12:22 pm
Guwahati- Ranji trophy cricket (2)

প্ৰতিনিধিত্বমূলক চিত্ৰ

285
VIEWS
Share on FacebookShare on Twitter

ৰঞ্জি ট্ৰফীৰ চলিত ছিজনত সন্তোষজনক আৰম্ভণি কৰিও ঘৰৰ মাটিত খেলা প্ৰথমখন মেচত উৰিষ্যাৰ বিপক্ষে মুখ থেকেচা খোৱা অসমে আজি শক্তিশালী হাৰিয়ানাৰ বিৰুদ্ধে নিজৰ চতুৰ্থখন মেচত অৱতীৰ্ণ হৈছে।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হোৱা মেচখনত হাৰিয়ানা দলে টছত জয়ী হৈ অসমক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।

নিজৰ প্ৰথম ইনিংছ মুকলি কৰিবলৈ আহি অপেনাৰদ্বয় ঋষভ দাস আৰু পাৰভেজ আজিজে সুন্দৰ আৰম্ভণি কৰে যদিও ঋষভ দাসৰ ৰূপত ঘৰুৱা দল অসমে প্ৰথমটো উইকেট হেৰুৱায়। ঋষভে ব্যক্তিগত ২৫ ৰান কৰি পেভেলিয়নলৈ উভটি যায়।

এই পৰ্যন্ত অসম দলে এটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৮২ ৰান। আনহাতে হাৰিয়ানাৰ হৈ একমাত্ৰ উইকেটটো দখল কৰে অধিনায়ক হাৰ্ষাল পেটেলে।

ভাৰতীয় জাতীয় দলৰ হৈ খেলা একাধিক খেলুৱৈৰে গঠিত শক্তিশালী হাৰিয়ানাৰ বিৰুদ্ধে যথেষ্ট আত্মবিশ্বাসেৰে অৱতীৰ্ণ হৈছে অসম। আনহাতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অসমৰ অভিজ্ঞ খেলুৱৈ গকুল শৰ্মাৰ অন্তৰ্ভুক্তিয়ে অসম দলত ইতিবাচক প্ৰভাৱ পেলাব বুলিও মেনেজমেণ্টে প্ৰকাশ কৰে।

উল্লেখ্য যে অসমে এই পৰ্যন্ত খেলা তিনিখন মেচৰ পৰা মুঠ ৭ পইণ্ট সংগ্ৰহ কৰি ‘চি’ গ্ৰুপৰ পইণ্ট তালিকাত ষষ্ঠ স্থানত আছে। ইয়াৰ পূৰ্বৰ মেচকেইখনত অসমে ঝাৰখণ্ডৰ বিৰুদ্ধে ড্ৰ খেলি এক পইণ্ট, ত্ৰিপুৰাক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট সংগ্ৰহ কৰাৰ লগতে ঘৰৰ মাটিত ওড়িশাৰ বিৰুদ্ধে পৰাস্ত হৈছিল।

ইফালে পূৰ্বৰ তিনিখন মেচৰ পৰা ৯ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত আছে হাৰিয়ানা।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd