• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিবহণ বিভাগক ৰেপিড’ৰ প্ৰত্যুত্তৰ পত্ৰ

ওলা আৰু ওবেৰ বাইকৰ ক্ষেত্ৰত পৰিবহণ বিভাগে কিয় একো ব্যৱস্থা লোৱা নাই? ৰেপিড’ৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ প্ৰশ্ন।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 28, 2019 8:13 pm
Rapido_Bike_Guwahati Rapido responds to Kamrup (M) district transport officer

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ (মহানগৰ) জিলাৰ পৰিবহণ বিষয়াক বুধবাৰে প্ৰত্যুত্তৰ পত্ৰ দিছে বাইক টেক্সি সেৱা প্ৰতিষ্ঠান ৰেপিড’ই।

ৰেপিড’ৰ বিৰুদ্ধে সোমবাৰৰ পৰা অভিযান চলাব বুলি নৰ্থ ইষ্ট নাওক জনাইছিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া বাপন কলিতাই।

এনেকুৱা ব্যৱসায় কৰিবলৈ সংশ্লিষ্ট বিভাগবোৰৰ পৰা প্ৰয়োজন হোৱা অনুমতি আৰু অনুজ্ঞাপত্ৰ নথকা বাবে কোম্পানীটোৰ বিৰুদ্ধে এই ব্যৱস্থা ল’ব বুলি জানিবলৈ দিছিল কলিতাই।

কিন্তু বৰ্তমানলৈকে ৰেপিড’ কৰ্তৃপক্ষলৈ কোনো জিলা পৰিবহণ বিষয়াৰ তৰফৰ পৰা কোনো ধৰণৰ আইনী জাননী যোৱা নাই, নৰ্থ ইষ্ট নাওক এই কথা জনায় ৰেপিড’ৰ অসম শাখাৰ জনসম্পৰ্কৰক্ষী বিষয়া শুভংকৰ বেনাৰ্জীয়ে।

‘বন্ধ হ’ব বুলি আমালৈ কোনো আইনী জাননী অহা নাই। আমালৈ প্ৰত্যুত্তৰ বিচাৰি জিলা পৰিবহণ বিষয়াৰ পৰা যোৱা ২৬ আগষ্টত চিঠি আহিছিল। আজি আমি প্ৰত্যুত্তৰ পত্ৰ (ৰেচপন্স লেটাৰ) দি আহিলো।’ এইদৰে কয় বেনাৰ্জীয়ে।

ৰেপিড’ কৰ্তৃপক্ষই আজি প্ৰত্যুত্তৰ চিঠি দিছে যদিও বিস্তৃত প্ৰত্যুত্তৰ চিঠি দিবৰ বাবে ৬ সপ্তাহ সময় বিচাৰিছে জিলা পৰিবহণ বিষয়াৰ পৰা।

প্ৰত্যুত্তৰ চিঠিত কেন্দ্ৰীয় পৰিবহণ আৰু পথ বিভাগৰ আপত্তিহীনতাৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি, বিহাৰ, ৰাজস্থান আৰু হাৰিয়ানাৰ বাইক পলিচী ৰোল, আৰু অসমৰ অনুজ্ঞা পত্ৰ বা অনুমতি পত্ৰ সংলগ্ন হ’লেহে সেইখন পূৰ্ণাংগ হৈ উঠিব বুলি বেনাৰ্জীয়ে কয়।

কামৰূপ মহানগৰ পৰিবহণ বিষয়াক পত্ৰ প্ৰেৰণৰ লগতে বুধবাৰে তৃতীয়বাৰলৈ অনুমতি বিচাৰি ৰেপিড’ কৰ্তৃপক্ষই পৰিবহণ আয়ুক্তক আবেদন জনালে বুলি বেনাৰ্জীয়ে উল্লেখ কৰে।

‘পৰিবহণ আয়ুক্তক আজি তৃতীয়বাৰলৈ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰা হ’ল। জিলা পৰিবহণ বিষয়া আৰু পৰিবহণ আয়ুক্তই আমাক সহযোগিতা কৰিব বুলি আশ্বাস দিছে। আমি যিখিনি নথি-পত্ৰ দিছো সেইখিনিৰ ওপৰত অসম চৰকাৰে কেবিনেটত ৰেপিড’ৰ পলিচী বনাব। বৰ্তমানো ৰেপিড’ চাৰ্ভিছটো সুন্দৰভাৱে চলি আছে।’ বেনাৰ্জীয়ে আমাৰ সাংবাদিকৰ আগত কয়।

ইপিনে, অসমত বাইক টেক্সী সেৱাৰ কোনো নীতি আৰু নিৰ্দেশনা নাই বুলি দাবী কৰে বেনাৰ্জীয়ে।

‘আমাৰ ইয়াত বাইক টেক্সীৰ কোনো নীতি নিৰ্দেশনা নাই। ২০১৬ত কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীয়ে বাইক টেক্সী বৈধ সেৱা বুলি ঘোষণা কৰিছিল। কেনেধৰণৰ পলিচিৰে ৰেপিড’ সেৱা চলাব সেই বিষয়ে ৰাজ্য চৰকাৰৰ লগত আলোচনাত মিলিত হ’ব লাগিব, কিয়নো ৰাজ্যভেদে বেলেগ বেলেগ পলিচী হ’ব পাৰে। অসমৰ যান-বাহন নিৰ্দেশনা আইনখনত বাইক টেক্সীৰ বাবে কোনো নীতি-নিৰ্দেশনা নাই। ৰেপিড’ বন্ধ কৰিব হ’লে বিলখন সংশোধন কৰিব লাগিব।’ বেনাৰ্জীয়ে এইদৰে কয়।

তেওঁ লগতে কয়, ‘ৰেপিড’ৰ ক্ষেত্ৰত যে ইমানখিনি কৰিছে। ওলা আৰু ওবেৰ বাইকৰ ক্ষেত্ৰত পৰিবহণ বিভাগে কিয় একো ব্যৱস্থা লোৱা নাই? সেয়া এক প্ৰশ্নবোধক থাকি গ’ল।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd