• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কেমিকেল প্ৰয়োগ কৰি ধৰ্ষণকাৰীক নপুংসক কৰিব লাগে!’ : পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2020 8:48 pm
imran-khan-biography
510
VIEWS
Share on FacebookShare on Twitter

কেমিকেল প্ৰয়োগ কৰি ধৰ্ষণকাৰীক নপুংসক কৰি দিয়া উচিত। এই মন্তব্য পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ।

ইমৰাণ খানৰ এই মন্তব্যৰ পিছতে তুমুল বিতৰ্কৰ সৃষ্টি হৈচে পাকিস্তানত।

আৰক্ষীয়ে কিছুদিন পূৰ্বে পাকিস্তানৰ লাহোৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্তানৰ সন্মুখতে এগৰাকী ফৰাচী মহিলাক ধৰ্ষণ কৰা ধৰ্ষণকাৰীৰ পক্ষ লোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই মন্তব্য কৰিছে।

পাকিস্তানৰ এটা সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয়, “এই ধৰণৰ জঘন্য যৌন অপৰাধীক ফাঁচি দিয়া উচিত। কিন্তু, এই পদক্ষেপ ল’লে বিদেশী ৰাষ্ট্ৰৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ পৰিব। আন্তৰ্জাতিক সম্প্ৰদায়ৰ ক্ষোভৰ সন্মুখীন হ’ব লাগিব। কাৰণ, ইউৰোপীয় ইউনিয়নৰ লগতে অন্যান্য আন্তৰ্জাতিক সংঘসমূহে মৃত্যুদণ্ডৰ বিৰোধিতা কৰে।”

ইয়াৰ পিছতে পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, “আমি ভাবো এই ধৰণৰ অপৰাধীবোৰক কেমিকেল প্ৰয়োগ কৰি যৌন ক্ষমতা নষ্ট কৰি দিয়া উচিত। বিশ্বৰ বহু দেশে এই শাস্তি দিয়ে বুলি মই পঢ়িবলৈ পাইছো।”

পাক প্ৰধানমন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পিছতে পাকিস্তানত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইমৰাণ খানৰ শাসনকালত দেশখনত নাৰী নিৰ্যাতনৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পোৱা বুলি দাবী কৰি একাংশই কৈছে যে এই ব্যৱস্থা পাকিস্তানত প্ৰচলন কৰিলে পাকিস্তানৰ বেছি ভাগ পুৰুষেই নপুংস হৈ পৰিব!

স্মৰ্তব্য যে পাকিস্তানৰ লাহোৰৰ ৰাজপথত সন্তানৰ সন্মুখতে এগৰাকী ফৰাচী মহিলা ধৰ্ষণৰ বলি হোৱাৰ পিছতে ইমৰাণ খানৰ চৰকাৰকখনে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

Recent News

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd