• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মায়ামৃগ! দেশৰ অভয়াৰণ্যত দেখা গ’ল আটাইতকৈ বিৰল বগা হৰিণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 13, 2023 12:02 pm
ফটো সৌজন্য: টুইটাৰ।

ফটো সৌজন্য: টুইটাৰ।

193
VIEWS
Share on FacebookShare on Twitter

সোণৰ হৰিণ নহয়, একেবাৰে শুভ্ৰ বগা ৰঙৰ হৰিণাৰ পোৱালী। নিশ্চিন্তে অৰণ্যত ঘূৰি ফুৰিছে। কাষত মাতৃৰ নিৰাপত্তাৰ ছাঁ। পুলকিত গুপ্তা নামৰ এজন ফটোগ্ৰাফাৰে মুহূৰ্তটো বন্দী কৰিছিল কেমেৰাত। সেই ছবিখনক লৈ দেশজুৰি সৃষ্টি হৈছে উৎসুকতাৰ।

শেহতীয়াকৈ ভাৰতত দেখা গৈছে এই বিৰল বগা হৰিণাটো। উত্তৰ প্ৰদেশৰ কাটাৰনিয়াঘাট অভয়াৰণ্যত এলবিনো প্ৰজাতিৰ এটা হৰিণ পোৱালীৰ দেখা পোৱা গৈছে। ছবিখন ভাৰতীয় বন বিভাগৰ এজন বিষয়া আকাশদীপ বধৱানে টুইট কৰিছে।

লগতে পঢ়ক: অস্কাৰত ভাৰতৰ জয়জয়কাৰ! মৌলিক গানৰ বাবে ‘নাটু নাটু’; তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’লৈ অস্কাৰ

বিষয়াগৰাকীয়ে শিৰোনামটোত লিখিছে, “কাটাৰনিয়াঘাটে নিজৰ পৰিচয় অটুট ৰাখিছে, য’ত বিৰল ঘটনাটো সৰল আৰু সহজ। অৰণ্যৰ মাজত দেখা গৈছিল এটা আলবিনো হৰিণাৰ পোৱালী। পোৱালীটোৰ কাষত আছিল আৰু এটি প্ৰাপ্তবয়স্ক হৰিণা।‘’

Staying true to its tagline, “Katarniaghat- Where rare is common”, an albino spotted deer fawn was sighted this morning.

PC – Pulkit Gupta, Gharial Conservation Team pic.twitter.com/KPYCQzTp1P

— Akash Deep Badhawan, IFS (@aakashbadhawan) March 9, 2023

নেটিজেনসকলেও ছবিখন চাই উৎসাহিত হৈ পৰিছে। তাৰমাজতে অৱশ্যে বহুতে ইয়াৰ সুৰক্ষাৰ বিষয়ে উদ্বেগো প্ৰকাশ কৰিছে।

লগতে পঢ়ক: গুৱাহাটীৰ বাহিনী নৈত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

বগা হৰিণাটো লুইচিজম অৰ্থাৎ এলবিনো প্ৰজাতিৰ। এই প্ৰজাতিৰ প্ৰাণীবোৰত মেলানিনৰ অভাৱৰ বাবে, শৰীৰটো ৰঙহীন হৈ পৰে। কেতিয়াবা গোটেই শৰীৰ, কেতিয়াবা কেৱল নেজ, হাত, ঠেং বা মুখখন বগা ৰঙৰ হৈ পৰে। তেওঁলোকৰ চকুৰ ৰং স্বাভাৱিক যদিও দৃষ্টিশক্তি ক্ষীণ হয়।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd