• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টাইকোৱাণ্ডোৰ ব্লেক বেল্ট লাভ কৰিলে জীয়ৰী ৰাসাই, ইনষ্ট্ৰাগামত অভিনেত্ৰী ৰবীনা টেণ্ডনৰ উল্লাস

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 1:11 pm
525
VIEWS
Share on FacebookShare on Twitter

টাইকোৱাণ্ডোৰ ব্লেক বেল্ট লাভ কৰিলে বলিউদৰ একালৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনৰ জীয়ৰী ৰাসা ঠাণ্ডানীয়ে।

শনিবাৰে ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে ৰাসাৰ স’তে উঠা এখনি ফটো আপলোড কৰি অনুৰাগীসকলক এই কথা জানিবলৈ দিছে।

ফটোৰ লগতে টাইকোৱাণ্ডোৰ চাৰ্টিফিকেটখনো তেওঁ অনুৰাগীসকলক প্ৰদৰ্শন কৰিছে।

ৰবীনাই লিখিছে যে জীয়ৰীয়ে ব্লেক বেল্ট লাভ কৰাক লৈ তেওঁ গৰ্বিত। তেওঁ লিখিছে- ‘‘মেৰি বেটী ব্লেকবেল্ট! প্ৰাউড অৱ ইউ!’’

ৰবীনাৰ অনুৰাগীসকলে তেওঁ আৰু ৰাসাক অভিনন্দন জনাই কৈছে যে যে মাকতকৈও জীয়ৰী দেখিবলৈ বেছি ধুনীয়া!

মাৰ্চিয়েল আৰ্টৰ উপৰিও ৰাসাই বক্সিঙৰো এগৰাকী ছাত্ৰী। ২০১৯ চনৰ জানুৱাৰী মাহত ৰবীনাই ইনষ্টাগ্ৰামত ৰাসাই বক্সিং অনুশীলন কৰি থকাৰ এটা ভিডিঅ’ আপলোড কৰিছিল।

উল্লেখযোগ্য যে ৪৬ বছৰত ভৰি দিয়া ৰবীনাই ২০০৪ চনত অনিল ঠাণ্ডানীৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল। দুটাকৈ সন্তানৰ মাতৃ অভিনেত্ৰীগৰাকীয়ে দুটাকৈ শিশুক তোলনীয়া সন্তান হিচাপেও ১৯৯৫ চনত দায়িত্ব লৈছিল।

নবৈ দশকৰ বলিউদত দপদপাই থকা ৰবীনা টেণ্ডনে শেহতীয়াকৈ কানাড়া চিনেমা কেজিএফ২ৰ শ্বুটিঙত ব্যস্ত আছে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd