• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অঘটন! দিল্লীৰ লালকিল্লা কমপ্লেক্সত চলি থকা ধৰ্মীয় উৎসৱৰ পৰা চুৰি হ’ল কোটি টকাৰ এটা সোণৰ পাত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 3:14 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ লালকিল্লা কমপ্লেক্সত চলি থকা জৈনসকলৰ এক ধৰ্মীয় উৎসৱৰ মাজতে সংঘটিত হৈছে এক চুৰি কাণ্ড। আগন্তুক ১০ দিন ধৰি চলিবলগীয়া এই মহোৎসৱৰ পৰা কোটি কোটি টকাৰ সামগ্ৰী চুৰি হোৱাৰ খবৰ পোহৰলৈ আহিছে। এই ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ইতমধ্যে আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চিচিটিভিৰ ফুটেজত অভিযুক্তক দেখা গৈছে। বগা কাপোৰ পিন্ধি উৎসৱলৈ অহা অতিথিৰ ভিৰৰ মাজত সোমাই ভিৰৰ সুযোগ লৈ সোণৰ পাত্ৰটো চুৰি কৰি লৈ গৈছিল। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে পাত্ৰটোৰ মূল্য এক কোটি টকাতকৈও অধিক বুলি জানিবলৈ দিছে। কেৱল পাত্ৰটোৱেই নহয়, ৭৬০ গ্ৰাম ওজনৰ এটা সোণৰ নাৰিকল আৰু আন বহু সোণৰ সামগ্ৰীও চুৰি হয়। হীৰা, ৰুবি আৰু পান্নাৰে ঢাকি থোৱা এই সোণৰ পাত্ৰটো এজন ব্যৱসায়ীৰ। এই সকলোবোৰ মূল্যৱান সামগ্ৰী তেওঁ প্ৰতিদিনে উৎসৱৰ সময়ত সোণৰ ফুলদানি এটাত লৈ আহিছিল।

মহোৎসৱ সমিতিয়ে আৰক্ষীক জনাইছে যে চুৰি হোৱা সামগ্ৰীসমূহৰ আনুমানিক ব্যয় ১.৫ কোটিতকৈও অধিক। তদন্তৰ সময়ত আৰক্ষীয়ে উল্লেখ কৰিছে যে আয়োজকসকলে অতিথিসকলক আদৰণি জনোৱাত ব্যস্ত হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। বুধবাৰে এই মূল্যবান সামগ্ৰী চুৰি হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, চিচিটিভিৰ ফুটেজত অভিযুক্তই সভাস্থলীত প্ৰৱেশ কৰা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাম সলনি কৰাৰ বাবে পুনৰ উত্তেজনা শ্ৰীভূমিত! ১১০ জনক আটক…

নাম সলনি কৰাৰ বাবে পুনৰ উত্তেজনা শ্ৰীভূমিত! ১১০ জনক আটক…

September 6, 2025 6:51 pm
ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 6, 2025 6:04 pm
ভাৰতত কোনো হিন্দু বিদেশী নহয়! দিলীপ শইকীয়াৰ মন্তব্যই তুলপাৰ লগাইছে ৰাজ্যত

ভাৰতত কোনো হিন্দু বিদেশী নহয়! দিলীপ শইকীয়াৰ মন্তব্যই তুলপাৰ লগাইছে ৰাজ্যত

September 6, 2025 5:56 pm
ভাৰত-আমেৰিকাৰ বন্ধুত্বঃ পুনৰ ইতিবাচক দিশত আগবাঢ়িছে দুই দেশ…

ভাৰত-আমেৰিকাৰ বন্ধুত্বঃ পুনৰ ইতিবাচক দিশত আগবাঢ়িছে দুই দেশ…

September 6, 2025 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাম সলনি কৰাৰ বাবে পুনৰ উত্তেজনা শ্ৰীভূমিত! ১১০ জনক আটক…

নাম সলনি কৰাৰ বাবে পুনৰ উত্তেজনা শ্ৰীভূমিত! ১১০ জনক আটক…

September 6, 2025 6:51 pm
ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 6, 2025 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd