• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ গঠনৰ দিশে অগপ, সকলোকে ওলাই অহাৰ আহ্বান মহন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2019 8:02 pm
27-06-18-Dibrugarh-AGP-Sankhanaad-programme-4-768x404Reformation in AGP nearby, hints Former Assam CM Prafulla Mahanta

ডিব্ৰুগড়ত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শংখনাদত প্ৰফুল্ল মহন্ত, অতুল বৰা আৰু কেশৱ মহন্ত। ফাইল ছবি।

2.2k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়ক গ্ৰহণত অংগীকাৰবদ্ধ বিজেপিৰ সৈতে পুনৰ মিত্ৰতাক লৈ অগপৰ অভ্যন্তৰীণ শীতল যুদ্ধৰ বহিৰ্প্ৰকাশেৰে দলটো পুনৰ গঠনৰ ইংগিত দিছে প্ৰতিস্থাপক প্ৰফুল্ল কুমাৰ মহন্তই।

মিত্ৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ ঘোষণাৰে মহন্ত নেতৃত্বাধীন অসম আন্দোলন সংগ্ৰামী মঞ্চ-আয়োজিত সংবাদমেলতে শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“অগপৰ ওপৰত বিশ্বাস আছে। অসমত জাতীয়তাবাদ সুৰক্ষিত কৰিব লাগিব। পুনৰ গঠনৰ কথা আগতেও ওলাইছিল। সকলো ওলাই আহিব লাগে,” সংবাদমেলত অগপৰ পুনৰগঠনক লৈ মহন্তৰ মন্তব্য।

বিষয়টোক লৈ মহন্তই “আজিয়ে” সকলো ক’ব নোখোজাটোৱে নিশ্চিত কৰিছে অগপৰ ভিতৰত দল পুনৰগঠনক লৈ চলা কুচকাৱাজৰ।

“আজিয়ে সব নকওঁ। পৰৱৰ্তী সময়ত কোৱা হ’ব,” পুনৰগঠনৰ নেতৃত্ব লোৱাক লৈ এতিয়াই মুখ খুলিব নোখোজা মহন্তৰ মন্তব্য।

শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি থকা মহন্তৰ সংবাদমেলখনৰ সময়টোও ৰাজনৈতিকভাৱে তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।

গুৱাহাটীত মহন্তই অমিত শ্বাহৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰৰ সিদ্ধান্ত ঘোষণা কৰা সময়ত বাৰাণসীত নৰেন্দ্ৰ মোদীৰ মনোনয়ন দাখিলত যোগ দিছিল অগপ সভাপতি অতুল বৰাই।

লগতে পঢ়ক– অমিত শ্বাহৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়লৈ প্ৰফুল্ল কুমাৰ মহন্ত

মহন্তৰ সংবাদমেলৰ বাতৰি আৰু অমিত শ্বাহৰ সৈতে বাৰাণসীত অতুল বৰাৰ কৰমৰ্দনৰ ছবি প্ৰায় একে সময়তে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে।

লগতে পঢ়ক– পবিত্ৰ কাশীত মহানায়ক প্ৰণামত শাৰী বিধেয়ক বিৰোধিতাৰ চং দিয়া উত্তৰ-পূবৰ নায়কগণ

ফণীভূষণ চৌধুৰীৰ দৰে জ্যেষ্ঠ নেতাৰ বক্তব্যয়ো ইতিপূৰ্বে দলটোৰ ভিতৰুৱা দ্বন্দ্ব প্ৰকট কৰিছে। “প্ৰফুল্ল মহন্ত নহয়, অতুল বৰাহে আমাৰ নেতা” বুলি পাটাছাৰকুছিত কিছুদিন পূৰ্বে চৌধুৰীয়ে মন্তব্য কৰিছিল।

লাচিত বৰদলৈ, দিৱস ফুকন, দিলীপ বৰা, প্ৰণৱ গোস্বামী, চৰণ ডেকা আদি কেইবাজনো নেতাই ইতিমধ্যে আঞ্চলিক দলটোৰ মজিয়া ত্যাগ কৰিছে।

বহুকেইগৰাকী নেতা-কৰ্মীক বহিষ্কাৰ কৰাৰ লগতে মিত্ৰ বিজেপিৰ বিৰুদ্ধাচৰণ কৰা কেইবাটাও আঞ্চলিককো শীৰ্ষ নেতৃত্বই ইতিমধ্যে জৱাবদিহি কৰিছে।

Recent News

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd