• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’নাক লৈ ভালকৈয়ে এখন খেল খেলি আছে : হিমন্তক কটাক্ষ ৰিপুন বৰাৰ

‘হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হ’বলৈ আগ্ৰহী হোৱাটো অপৰাধ নহয়’ কিয় এইদৰে ক’লে ৰিপুন বৰাই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 15, 2020 2:49 pm
ripun
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অকণমানেই নহয়, ক’ৰ’নাৰ নামত ভালকৈয়ে খেল খেলিছে। ক’ৰ’নাৰ নামত তেওঁলোকে এখন ভালকৈয়ে খেল খেলিছে।‘ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

দেশৰ ৭৪ তম স্বাধীনতা দিৱস উপলক্ষে কংগ্ৰেছৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা পতাকা উত্তোলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ক’ৰ’নাক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰিপুন বৰাই।

তেওঁ আৰু কয় ‘মানুহৰ মাজত আতংকৰ সৃষ্টি কৰি মানুহক ভীতিগ্ৰস্ত কৰিছে যাতে মানুহ বিদ্ৰোহ কৰিবলৈ ওলাই নাহে।বিজেপিৰ অপশাসন, প্ৰতিশ্ৰুতিৰ প্ৰতাৰণাৰ বিৰুদ্ধে মানুহ ৰাজপথলৈ ওলাই আহিব নোৱাৰে সেইকাৰণেই মানুহক ক’ৰ’নাক লৈ ভীতিগ্ৰস্ত কৰিব বিচাৰিছে।‘

ইপিনে, মুখ্য মন্ত্ৰীৰ আসনক লৈ বিজেপিত ইতিমধ্যে দুটা ভাগত বিভক্ত হৈ খোৱা-কামোৰা আৰম্ভ হোৱা বুলি দাবী কৰে ৰিপুন বৰাই।

‘দিনৰ পোহৰৰ দৰে পৰিস্কাৰ হৈ পৰিছে যে এতিয়াই নহয় আৰম্ভণিৰে পৰা মুখ্য মন্ত্ৰীক লৈ দুজনৰ মাজত যুঁজ চলি আছে। মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাতে গোটেই ৰাজ্যৰ প্ৰশাসন আৰু উন্নয়ন ক্ষতিগ্ৰস্ত কৰিছে।‘ ৰিপুন বৰাই এইদৰে কয়।

তাৰ এক উদাহৰণ দি বৰাই কয় ‘মুখ্য মন্ত্ৰীয়ে আগদিনা ক’লে যে আমি বিশেষজ্ঞ কমিটিয়ে যিধৰণে প্ৰতিবেদন দিছে সেই ধৰণে ৰূপায়ণ কৰিম। তাৰ পাছদিনাই মুখ্য মন্ত্ৰীৰ কথাক প্ৰত্যাহ্বান জনাই স্বাস্থ্য মন্ত্ৰীয়ে বিশেষজ্ঞ কমিটিখনকে উপুলুঙা কৰি পেলালে।‘

‘বিজেপিত দেখ দেখকৈ মুখ্য মন্ত্ৰী কেন্দ্ৰিক বিভাজন পৰিস্কাৰ হৈ পৰিছে।‘ বৰাই এইদৰে কয়।

ইপিনে, হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হ’বলৈ আগ্ৰহী হোৱাটো অপৰাধ নহয় বুলি সদৰী কৰি তেওঁ লগতে কয় ‘মুখ্য মন্ত্ৰী হোৱাৰ সপোন দেখিছে আমি বেয়া নাপাওঁ। তেওঁৰ সপোন দেখাৰ অধিকাৰ আছে আৰু তেওঁ হ’বও পাৰে। কিন্তু নিৰ্দিষ্ট নিয়মৰ মাজৰে হওঁক। কিন্তু ৰাইজক পনবন্দী কৰি যিধৰণে মুখ্য মন্ত্ৰী যুঁজত অৱতীৰ্ণ হৈছে ৰাজ্যৰ জনসাধাৰণ আৰু প্ৰশাসনৰ ক্ষতি হৈছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd