• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 4:40 pm
253
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনুভৱ কৰে যে তামিল ভাষা শিকিব নোৱাৰাৰ বাবে তেওঁৰ আক্ষেপ হয়।

দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এই কথা সদৰী কৰিছে।

অনুষ্ঠানটোত অৰ্পণা ৰেড্ডি নামৰ তামিলনাডুৰ এগৰাকীৰ শ্ৰোতাই সুধিছিল যে প্ৰধানমন্ত্ৰীজনে সমগ্ৰ ৰাজনৈতিক জীৱনত কিহৰ অভাৱ অনুভৱ কৰে?

‘‘এইটো আক্ষেপৰ কথা যে মই পৃথিৱীৰ আটাইতকৈ প্ৰাচীন ভাষা তামিল শিকিব নোৱাৰিলো। ই এটা সুন্দৰ ভাষা আৰু সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয়।’’ প্ৰধানমন্ত্ৰীয়ে কয়- ‘‘বহুলোকে মোক তামিল সাহিত্যৰ গৰিমা আৰু তামিল কবিতাৰ গভীৰতাৰ কথা কৈছে।’’

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বহুকেইটা ভাষাৰ ভূমি, যি ইয়াৰ সংস্কৃতি আৰু গৌৰৱৰ প্ৰতীক।

উল্লেখযোগ্য যে অহা এপ্ৰিলৰ পৰা তামিলনাডুত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে ব্যস্ত ৰাখিছে।

ইতিমধ্যে কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ দক্ষিণ ভাৰতত বিজেপিৰ জয়যাত্ৰা অক্ষুণ্ণ ৰখাত ব্ৰতী হৈছে।

Recent News

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd