• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Jioৰ কোভিড-১৯ চেকাৰত ফাদিল ব্যক্তিগত তথ্য! দেশজুৰি গ্ৰাহকৰ মাজত চাঞ্চল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2020 7:52 am
jio_main_1588577376_618x347
50.4k
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ৰ সংক্ৰমণৰ আশংকা কামিন তাৰ পৰীক্ষা কৰাৰ বাবে যোৱা মাৰ্চ মাহত জিঅ’ই Covid-19 symptom checker tool মুকলি কৰিছিল।

এই চেকাৰ টুলক লৈয়েই এইবাৰ সৃষ্টি হৈছে এক গুৰুতৰ বিতৰ্কৰ।

অভিযোগ অনুসৰি, যিসকল গ্ৰাহকে তেওঁলোকৰ সংক্ৰমণৰ আশংকা পৰীক্ষা কৰিছে তেওঁলোকৰ ব্যক্তিগত সকলো তথ্য ফাদিল হৈ পৰিছে।

এই সন্দৰ্ভত এক চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই ৰিলায়েন্স জিঅ’ই সেই সকলো তথ্য ইন্টাৰনেটৰ পৰা অঁতৰাই দিছে।

জানিব পৰা মতে, যোৱা ১৭ এপ্ৰিলৰ পৰা গ্ৰাহকসকলৰ ব্যক্তিগত তথ্য Covid-19 symptom checker toolত অন্তৰ্ভুক্ত আছিল।

যিসকল গ্ৰাহকে জিঅ’ৰ এই  Covid-19 symptom checker tool ব্যৱহাৰ কৰিছে তেওঁলোকৰ অপাৰেটিং চিষ্টেম, ব্ৰাউজাৰৰ নাম, প্ৰফাইল নথি, উপসৰ্গ বিষয়ক প্ৰশ্নৰ উত্তৰ আদি মুকলি হৈ পৰিছে।

তদুপৰি, গ্ৰাহকৰ ঘৰ, তেওঁ কোন অঞ্চলৰ বাসিন্দা, নাম, বয়স, বিদেশ ভ্ৰমণকে ধৰি বহু ব্যক্তিগত তথ্য ফাদিল হৈ পৰে।

TechCrunch নামৰ ৱেব মিডিয়াত প্ৰকাশ পোৱা এক প্ৰতিবেদনৰ পাছতেই বিষয়টো ৰাজহুৱা হৈ পৰে।

বাতৰিটো পোহৰলৈ অহাৰ পাছতে মুম্বাইস্থিত জিঅ’ৰ কাৰ্যালয় তৎপৰ হৈ পৰে। ততাতয়াকৈ এটা বিবৃতি জাৰি কৰি জিঅ’ৰ মুখপাত্ৰ তুষাৰ পানিয়াই কয়,’’আমি লগে লগে ব্যৱস্থা গ্ৰহণ কৰিছো।‘’

কিন্তু কেনেকৈ গ্ৰাহকৰ এনেধৰণৰ ব্যক্তিগত তথ্য ফাদিল হৈ গ’ল?

এই সন্দৰ্ভত মুখপাত্ৰ গৰাকীয়ে কয়,’’ প্ৰকৃততে Login Serverত ৱেবছাইটৰ পাৰফৰমেন্স চোৱাচিতা কৰি থকা হৈছিল আৰু সেই সময়তে গ্ৰাহকসকলে কোভিড-১৯ৰ সংক্ৰমণৰ আশংকাত লক্ষণৰ কথা জনাই পৰীক্ষা কৰিছিল।‘’

ইন্টাৰনেট সুৰক্ষা বিশেষজ্ঞই ইতিমধ্যে আশংকা প্ৰকাশ কৰিছিল যে জিঅ’ৰ এই টুলত ত্ৰুটী আছে। কোনো পাছৱৰ্ড অবিহনে এই ডাটাবেছ ইন্টাৰনেটত চেভ আছিল। যিটো সাধাৰণতে নহয়। ইয়াৰ অৰ্থ হৈছে ইয়াত কোনো ত্ৰুটী আছে।

ইপিনে, গ্ৰাহকৰ ব্যক্তিগত তথ্য তেওঁলোকৰ অজানিতে ইন্টাৰনেটত ফাদিল হৈ পৰাৰ বাতৰিৰ পাছতে ৰিলায়েন্স জিঅ’ সেয়া ইন্টাৰনেটৰ পৰা অঁতৰাই দিছে। কিন্তু গ্ৰাহকসকলৰ সেই ব্যক্তিগত তথ্যসমূহ কোনো হেকাৰৰ হাতত পৰিছে নেকি তাক লৈ সৃষ্টি হোৱা আশংকা এতিয়াও দূৰ হোৱা নাই।

Tags: COVID-19

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd