• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Jioৰ কোভিড-১৯ চেকাৰত ফাদিল ব্যক্তিগত তথ্য! দেশজুৰি গ্ৰাহকৰ মাজত চাঞ্চল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2020 7:52 am
jio_main_1588577376_618x347
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯ৰ সংক্ৰমণৰ আশংকা কামিন তাৰ পৰীক্ষা কৰাৰ বাবে যোৱা মাৰ্চ মাহত জিঅ’ই Covid-19 symptom checker tool মুকলি কৰিছিল।

এই চেকাৰ টুলক লৈয়েই এইবাৰ সৃষ্টি হৈছে এক গুৰুতৰ বিতৰ্কৰ।

Apply Now

অভিযোগ অনুসৰি, যিসকল গ্ৰাহকে তেওঁলোকৰ সংক্ৰমণৰ আশংকা পৰীক্ষা কৰিছে তেওঁলোকৰ ব্যক্তিগত সকলো তথ্য ফাদিল হৈ পৰিছে।

এই সন্দৰ্ভত এক চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই ৰিলায়েন্স জিঅ’ই সেই সকলো তথ্য ইন্টাৰনেটৰ পৰা অঁতৰাই দিছে।

জানিব পৰা মতে, যোৱা ১৭ এপ্ৰিলৰ পৰা গ্ৰাহকসকলৰ ব্যক্তিগত তথ্য Covid-19 symptom checker toolত অন্তৰ্ভুক্ত আছিল।

যিসকল গ্ৰাহকে জিঅ’ৰ এই  Covid-19 symptom checker tool ব্যৱহাৰ কৰিছে তেওঁলোকৰ অপাৰেটিং চিষ্টেম, ব্ৰাউজাৰৰ নাম, প্ৰফাইল নথি, উপসৰ্গ বিষয়ক প্ৰশ্নৰ উত্তৰ আদি মুকলি হৈ পৰিছে।

তদুপৰি, গ্ৰাহকৰ ঘৰ, তেওঁ কোন অঞ্চলৰ বাসিন্দা, নাম, বয়স, বিদেশ ভ্ৰমণকে ধৰি বহু ব্যক্তিগত তথ্য ফাদিল হৈ পৰে।

TechCrunch নামৰ ৱেব মিডিয়াত প্ৰকাশ পোৱা এক প্ৰতিবেদনৰ পাছতেই বিষয়টো ৰাজহুৱা হৈ পৰে।

বাতৰিটো পোহৰলৈ অহাৰ পাছতে মুম্বাইস্থিত জিঅ’ৰ কাৰ্যালয় তৎপৰ হৈ পৰে। ততাতয়াকৈ এটা বিবৃতি জাৰি কৰি জিঅ’ৰ মুখপাত্ৰ তুষাৰ পানিয়াই কয়,’’আমি লগে লগে ব্যৱস্থা গ্ৰহণ কৰিছো।‘’

কিন্তু কেনেকৈ গ্ৰাহকৰ এনেধৰণৰ ব্যক্তিগত তথ্য ফাদিল হৈ গ’ল?

এই সন্দৰ্ভত মুখপাত্ৰ গৰাকীয়ে কয়,’’ প্ৰকৃততে Login Serverত ৱেবছাইটৰ পাৰফৰমেন্স চোৱাচিতা কৰি থকা হৈছিল আৰু সেই সময়তে গ্ৰাহকসকলে কোভিড-১৯ৰ সংক্ৰমণৰ আশংকাত লক্ষণৰ কথা জনাই পৰীক্ষা কৰিছিল।‘’

ইন্টাৰনেট সুৰক্ষা বিশেষজ্ঞই ইতিমধ্যে আশংকা প্ৰকাশ কৰিছিল যে জিঅ’ৰ এই টুলত ত্ৰুটী আছে। কোনো পাছৱৰ্ড অবিহনে এই ডাটাবেছ ইন্টাৰনেটত চেভ আছিল। যিটো সাধাৰণতে নহয়। ইয়াৰ অৰ্থ হৈছে ইয়াত কোনো ত্ৰুটী আছে।

ইপিনে, গ্ৰাহকৰ ব্যক্তিগত তথ্য তেওঁলোকৰ অজানিতে ইন্টাৰনেটত ফাদিল হৈ পৰাৰ বাতৰিৰ পাছতে ৰিলায়েন্স জিঅ’ সেয়া ইন্টাৰনেটৰ পৰা অঁতৰাই দিছে। কিন্তু গ্ৰাহকসকলৰ সেই ব্যক্তিগত তথ্যসমূহ কোনো হেকাৰৰ হাতত পৰিছে নেকি তাক লৈ সৃষ্টি হোৱা আশংকা এতিয়াও দূৰ হোৱা নাই।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd