• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলীউদৰ প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2020 7:30 am
Saroj-Khan-620x400

প্ৰসিদ্ধ কৰিঅ'গ্ৰাফাৰ সৰোজ খান। ফাইল ফটো

2.3k
VIEWS
Share on FacebookShare on Twitter

চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ হৃদৰোগত আক্ৰান্ত হৈ মুম্বাইত পৰলোকপ্ৰাপ্তি ঘটিছে।

যোৱা কিছুদিন ধৰি তেওঁ অসুস্থ আছিল আৰু তেওঁক বান্দ্ৰাস্থিত এখন হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

যোৱা মাজনিশাৰ পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু শুকুৰবাৰে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২বছৰ।

সৰোজ খানক শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে যোৱা ২০জুনত গুৰু নানক হাস্পাতলত ভৰ্তি কৰা হৈছিল।

হাস্পাতলত ভৰ্তি কৰাৰ পূৰ্বে তেওঁৰ কোভিড টেষ্ট কৰা হৈছিল আৰু তেওঁৰ ফলাফল নিগেটিভ আহিছিল।

চাৰি দশকজোৰা সুদীৰ্ঘ কেৰিয়াৰত সৰোজ খানে ২,০০০তকৈয়ো অধিক গানৰ কৰিঅ’গ্ৰাফী কৰিছিল।

সৰোজ খানে তেওঁৰ কৰিঅ’গ্ৰাফীৰ নৈপুণ্যতাৰ বাবে তিনিবাৰকৈ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছিল।

সঞ্জয় লীলা ভাঞ্চালীৰ দেবদাস চলচ্চিত্ৰখনৰ ‘ডোলা-ৰে ডোলা’ গানটোত কৰা কৰিঅ’গ্ৰাফীৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

মৃত্যুৰ সময়ত সৰোজ খানে তেওঁৰ স্বামী, এগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা এৰি থৈ গৈছে।

Recent News

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd