আপোনাৰ জিলাত কোনে উত্তোলন কৰিব পতাকা?

কোন মন্ত্ৰীয়ে ক’ত ২৬ জানুৱাৰীৰ পতাকা উত্তোলন কৰিব

খানাপাৰা – ৰাজ্যপাল, লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা – মৰিগাওঁ

চন্দ্ৰমোহন পাটোৱাৰী- আমিনগাঁও

প্ৰমীলাৰাণী ব্ৰহ্ম- তিনিচুকীয়া

নৱ দলে- লখিমপুৰ

পৰিমল শুক্লবৈদ্য- শিলচৰ

ৰঞ্জিত দত্ত- বিশ্বনাথ

ৰিহন দৈমাৰী- তেজপুৰ

চন্দন ব্ৰহ্ম- চিৰাং

পল্লৱলোচন দাস- নগাঁও

পিয়ুস হাজৰিকা- শিৱসাগৰ

ভৱেশ কলিতা – বঙাইগাওঁ

তপন গগৈ – ডিব্ৰুগড়

সিদ্ধাৰ্থ ভট্টাচাৰ্য – যোৰহাট

আনহাতে শাৰিৰীক অসুস্থতাৰ বাবে পতাকা উত্তোলন কাৰ্যসূচীত অংশ ল’ব নোৱাৰিব মন্ত্ৰী চুম ৰংহাঙে। তেওঁ বৰ্তমানো দিল্লীত চিকিৎসাধীন হৈ আছে।