• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অযোধ্যাত বাছৰ পৰা উদ্ধাৰ ৯৫টি শিশু; আঁৰত ডাঙৰ ষড়যন্ত্ৰৰ সন্দেহ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 27, 2024 12:00 pm
ফটোঃ সংগ্ৰহীত ।

ফটোঃ সংগ্ৰহীত ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশু কল্যাণ সমিতি (চি ডব্লিউ চি)য়ে অযোধ্যাত এখন বাছৰ পৰা উদ্ধাৰ কৰিছে ৯৫টা শিশুক। এই শিশুসকলৰ প্ৰত্যেকৰে বয়স ৫ৰ পৰা ৯ বছৰৰ ভিতৰত। বিহাৰৰ আৰিয়াৰ পৰা অযোধ্যাৰ চাহাৰনপুৰলৈ লৈ যোৱা হৈছিল শিশুকেইটাক। শিশু কল্যাণ সমিতিয়ে মাজবাটতে অযোধ্যাৰ দেৱকালী মোৰৰ সমীপত এখন বাছৰ পৰা শিশুকেইটিক উদ্ধাৰ কৰে।

শিশুকেইটিক আক্ষৰিক অৰ্থত জীৱ-জন্তুৰ দৰে বাছখনৰ ভিতৰত হেচি ঠেলি সোমাই দিয়া হৈছিল। আটাইবোৰেই দৰিদ্ৰ পৰিয়ালৰ শিশু। উদ্ধাৰ হোৱা কেইবাটাও শিশু অনাথ বুলি জানিব পৰা গৈছে।

শিশু কল্যাণ সমিতিৰ তথ্য অনুসৰি এই শিশুসকলৰ অধিকাংশই আধাৰ কাৰ্ড ভুৱা হব পাৰে। তেওঁলোকে ভাবে ইয়াৰ আঁৰত হয়তো এটা ডাঙৰ ষড়যন্ত্ৰ আছে।

Apply Now

লগতে পঢ়কঃ বৰ্খাস্ত হ’ল শাৰীৰিক নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত অৰ্জুন বঁটা বিজয়ী চিআৰপিএফ বিষয়া

শিশু কল্যাণ সমিতিৰ সদস্য সুনীতা যাদৱে কয় যে এতিয়া যিসকল শিশুক উদ্ধাৰ কৰা হৈছে তেওঁলোকক কাউঞ্চেলিং কৰা হৈছে। শিশুবোৰে নিজেই নাজানে ক’ৰ পৰা আহিছে। এনেকুৱাও হৈছে যে তেওঁলোকে ভুল ঠিকনা দিছে। আধাৰ কাৰ্ড পৰীক্ষা কৰাৰ পিছতো শিশুসকলে নিজৰ জিলাৰ নাম ক’ব পৰা নাই। আনকি এই শিশুসকলেও গম পোৱা নাছিল যে তেওঁলোকক ক’লৈ লৈ যোৱা হৈছে।

উদ্ধাৰ কৰা শিশুসকলে কয় যে হাফিজ জীয়ে বিচাৰিছিল কাৰণে মাকে পঠিয়াইছে। কোৱা হয় যে হাফিজ জীয়ে ঘৰৰ পৰা কেইবাটাও শিশুক আনিছিল। শিশুকেইটাৰ কোনো ধাৰণা নাছিল যে তেওঁলোকক ক’লৈ লৈ যোৱা হৈছে। তেওঁলোকৰ আধাৰ কাৰ্ডত লিখা ঠিকনাটোও ভুৱা বুলি ধাৰণা কৰা হৈছে কাৰণ তেওঁলোকৰ আধাৰ কাৰ্ডৰ নম্বৰ তেওঁলোকে উল্লেখ কৰা ঠিকনাৰ সৈতে মিল নাই।

লগতে পঢ়কঃSupreme Court On NOTA: নোটাত বেছি ভোট পৰিলে কি হ’ব? নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

আনহাতে, শিশুকেইটাক বাছলৈ লৈ যোৱা ব্যক্তিজনে কয় যে  শিশুকেইটি সকলো তেওঁৰ লগতে আছে। অৱশ্যে জেৰাৰ সময়ত শিশুসকলে ব্যক্তিজনক চিনি নাপায় বুলি কয়।

শিশু কল্যাণ সমিতিৰ এজন সদস্যই কয় যে শিশুসকলৰ বক্তব্য আৰু শিশুক লৈ যোৱা ব্যক্তিজনৰ বক্তব্যৰ কোনো মিল নাই। ফলত তেওঁলোকে ভাবে যে ই এটা ডাঙৰ কেলেংকাৰীও হ’ব পাৰে।

#WATCH | Ayodhya: 95 children who were allegedly being transported from Bihar to Uttar Pradesh illegally, were rescued by Uttar Pradesh Child Commission pic.twitter.com/SN0exWkS39

— ANI (@ANI) April 26, 2024

শিশু কল্যাণ সমিতিৰ এগৰাকী সদস্যই জনায় যে বিহাৰৰ আৰিয়াৰ পৰা শিশুসকলক অবৈধভাৱে চাহাৰনপুৰলৈ অনাৰ কথা জেৰাৰ পৰা স্পষ্ট হৈ পৰিছে। এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা লৈ আমি শিশুসকলৰ তত্ত্বাৱধান লৈছো। আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ধৰা পৰাসকলে এই শিশুসকলৰ পিতৃ-মাতৃৰ পৰা কোনো ধৰণৰ সন্মতিসূচক পত্ৰ পোৱা নাই। তাৰ ভিতৰত এনে বহু সন্তান আছে যাৰ পিতৃ-মাতৃ নাই। উদ্ধাৰ কৰা শিশুসকলক সদ্যহতে এটা আশ্ৰয় শিবিৰত ৰখা হ’ব। তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd