• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Supreme Court On NOTA: নোটাত বেছি ভোট পৰিলে কি হ’ব? নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 27, 2024 8:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ন’ন অৱ দ্য এব’ভ’ বা নোটাত ভোটিঙৰ প্ৰৱণতাটো ইয়াৰ প্ৰৱৰ্তনৰ পিছৰে পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। কিন্তু, কোনো সমষ্টিত যদি দেখা যায় যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনো দলৰ প্ৰাৰ্থীকে ভোটাৰসকলে পছন্দ কৰা নাই। অৰ্থাৎ নোটাতেই বেছি ভোট পৰিছে, তেন্তে কি হ’ব?

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এই গোচৰত সমষ্টিৰ ভোট বাতিল কৰাৰ বাবে আবেদন দাখিল কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ভাৰতীয় নিৰ্বাচন আয়োগক তেওঁলোকৰ মতামত বিচাৰি জাননী জাৰি কৰে।

লগতে পঢ়কঃ IPL 2024: বেয়াৰষ্ট’ৰ সন্মুখত দিশহাৰা কলকাতা; টী-২০ ইতিহাসত সৰ্বাধিক ৰান চেজ কৰি জয়লাভ পঞ্জাবৰ

Apply Now

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে নিৰ্বাচন আয়োগক নোটা সম্পৰ্কীয় নিয়মসমূহ পৰীক্ষা কৰিবলৈ কয়। বিচাৰপীঠে কয়, আমি বিষয়টো চাই আছো। আয়োগক জাননী দিয়া হৈছে। ই নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভিতৰত পৰে।

প্ৰেৰণাদায়ক গ্ৰন্থৰ বিশিষ্ট লেখক শিৱ খেৰাই এই আবেদনখন কৰিছে। আবেদনখনত তেওঁ কয় যে যদি দেখা যায় যে কোনো এটা সমষ্টিত সৰ্বাধিক ভোট নোটাত দিয়া হৈছে, তেন্তে সেই সমষ্টিৰ নিৰ্বাচন বাতিল কৰিব লাগে।

খেৰাৰ অধিবক্তা গোপাল শংকৰানাৰায়ণে শেহতীয়া চুৰাটৰ দৃষ্টান্তৰ উদ্ধৃতি দিয়ে। য’ত এজনতকৈ অধিক প্ৰাৰ্থী নথকাৰ বাবে ভোটগ্ৰহণ হোৱা নাই। তেওঁৰ দাবী, প্ৰতিদ্বন্দ্বী নাথাকিলেও NOTA থাকিব। গতিকে তাত বিনা প্ৰতিদ্বন্দ্বিতাত কেনেকৈ জয়ী হ’ল প্ৰাৰ্থী। জনমত পৰীক্ষা নকৰাকৈয়ে সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়কঃ শ্ৰুতি হাছান-শান্তনু হাজৰিকাৰ প্ৰেমৰ সম্পৰ্কৰ অৱসান!ইনষ্টাগ্ৰামত ইজনে-সিজনক কৰিলে আনফ’ল’

আৱেদনখনত লগতে কোৱা হৈছে যে যদি কোনো প্ৰাৰ্থীয়ে নোটাতকৈ কম ভোট পায়, তেন্তে তেওঁক পাঁচ বছৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। মন কৰিব যে ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত NOTA প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়াৰ পৰা যদি কোনো প্ৰাৰ্থীক ভোটাৰে ভাল নাপায় তেন্তে NOTA ভোটিং আৰম্ভ হয়। ইয়াত জনমতৰ সত্যাসত্য নিৰূপণ হয় আৰু একাংশ লোকৰ প্ৰতিবাদো প্ৰতিফলিত হয়। অৱশ্যে NOTA ভোটৰ কোনো নিৰ্দিষ্ট মূল্য নাই। ভোটৰ ফলাফলতো ইয়াৰ কোনো প্ৰভাৱ নপৰে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd